• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

3 months ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

10 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

10 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

11 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

12 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

13 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

13 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

14 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

15 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

16 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

1 day ago
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

1 day ago
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

editor by editor
November 10, 2025
in অপৰাধ, অসম
0
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিতাবৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷ কাহিনী শুনিলে আপুনিও শিঁয়ৰি উঠিব৷ চাৰিদিনে সন্ধানহীন হৈ আছিল এগৰাকী যুৱতী৷ ক’ত হে’ৰাল বুলি পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল৷ কিন্তু আৰক্ষীয়ে কিছু সময় ধৈৰ্য্য ধৰিবলৈ পৰিয়ালৰ লোকক আহ্বান জনাই৷ পৰিয়ালক জীৱন্তে ছোৱালীজনী উভতাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ শেহতীয়াকৈ কন্যাগৰাকীৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ চাৰিদিনে সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে শৌচালয়ৰ টেংকীত৷

যুৱতীগৰাকীক হত্যা কৰি শৌচালয়ৰ টেংকীত দলিয়াই দিয়াৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত জগত সিঙে৷ ব্যৱসায় প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকীত উদ্ধাৰ হোৱা যুৱতীগৰাকী মহীয়া অন্তঃসত্ত্বা আছিল বুলিও জানিব পৰা গৈছে৷ নিশা মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰিছে জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা ঘটনাস্থলীয় উপস্থিত হৈছে যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল৷ আৰক্ষী বিষয়া লুনা দলেই সংবাদমাধ্যমৰ আগত কয়- অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে৷ অভিযুক্তই এই ঘটনা হত্যাকাণ্ড বুলি স্বীকাৰো কৰিছে৷ গতিকে সমগ্ৰ বিষয়টো আইনীপ্ৰক্ৰিয়াৰে আগবাঢ়িব৷

মৃত যুৱতীগৰাকীৰ হত্যাকাণ্ডত জড়িত লম্পদ জগৎ সিং আছিল মৃত যুৱতীগৰাকীৰ পাতি লোৱা বৰদেউতাক৷ জগত সিঙেই যুৱতীগৰাকীক অন্তঃসত্ত্বা কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ ইফালে এই ঘটনাৰ সৈতে জড়িত আন তিনিগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ হত্যাকাৰী জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত এজন ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ যুৱতীগৰাকীক গৰ্ভপাতৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰাত জগতক সহায় কৰিছিল ফাৰ্মাচিষ্টগৰাকীয়ে৷

৬৩ বছৰীয়া লম্পট জগত সিঙে নিজেই আৰক্ষীৰ সন্মুখত হত্যা সন্দৰ্ভত দিছে নিৰ্লজ স্বীকাৰোক্তি৷ ৭ নৱেম্বৰতেই এই ঘটনা সংঘটিত হৈছে৷ ৭ নৱেম্বৰৰ পুৱা কলেজলৈ বুলি ওলাই গৈছিল য়ুৱতীগৰাকী৷ তাৰপিছতেই নিৰুদ্দেশ হৈ পৰে যুৱতীগৰাকী৷ ঘটনাৰ পাছতেই স্থানীয় লোকে সন্দেহৰ আঙুলি উঠাই জগত সিঙৰ বিৰুদ্ধে৷ কিন্তু আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় জনতাই৷ আৰু শেষত ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানি আৰক্ষীয়ে লম্পট জগত সিঙক প্ৰথমে আটক কৰি সোধপোছ কৰে৷ তাৰপিছতেই গ্ৰেপ্তাৰো কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.