• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

2 years ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

1 minute ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

18 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

19 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

19 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

20 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

20 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

21 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

22 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

23 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

1 day ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে ২৩মেত চন্দ্ৰই আজি মঙলৰ ৰাশি বৃশ্চিকৰ বিচৰণ কৰিব৷ বৃহস্পতিয়ে আজি বৃষ ৰাশিত বিৰাজ কৰি থাকিব৷ আজি চন্দ্ৰ আৰু বৃহস্পতিয়ে এটাই আনটোৰ কেন্দ্ৰ স্থানত উপস্থিত থাকিব৷ ইয়াৰ ফলত তৈয়াৰ হ’ব গজকেশৰী যোগ৷ ইয়াৰোপৰি আজি বৌদ্ধ পূৰ্ণিমা তিথি৷ বুদ্ধ পূৰ্ণিমাৰ এই শুভ দিনটোত থাকিব সিদ্ধ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ, অনুৰাধা নক্ষত্ৰৰ শুভ সংযোগ৷ ইয়াৰ ফলত আজিৰ দিনটোত মাহাত্ম্য বৃদ্ধি পাব পাৰে৷ একাধিক ৰাশিৰ জাতকে আত্মবিশ্বাসৰ সৈতে কাম কৰে৷ কামত বৃহৎ সাফল্য লাভ সম্ভৱ৷ সুখ-সমৃদ্ধি বাঢ়িব কেইটামান ৰাশিৰ জাতকৰ৷ বুদ্ধ পূৰ্ণিমাত কোন কোন ৰাশি লাভাম্বিত হ’ব? জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ আজিৰ দিনটো শুভ৷ অসম্পূৰ্ণ ইচ্ছাপূৰণ হ’ব৷ মনত আনন্দ থাকিব৷ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ কোনো প্ৰকল্পৰ কামত ব্যস্ত থাকিব৷ কামত সাফল্য লাভ সম্ভৱ৷ ছাত্ৰ-ছাত্ৰীসকলে পছন্দৰ বিষয় বাচনি কৰি সেই বাটেৰে আগবাঢ়িলে সফল হ’ব৷ সন্ধিয়া কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ মান-সন্মন বৃদ্ধি পাব৷ আত্মবিশ্বাসৰ সৈতে সমস্ত কাম সম্পন্ন কৰিব৷ নিজৰ কামত গৰ্ব অনুভৱ কৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ আজিৰ দিনটো নানান সমস্যাৰে ভৰি থাকিব৷ কামত সমস্যা আহিব পাৰে৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা আহিবই৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সমস্যা আহিব পাৰে৷ কামত সমস্যা বৃদ্ধি পাব পাৰে৷ কামত মনোনিৱেশ কৰাটো জৰুৰী৷ কামত ধৈৰ্য্য ৰাখক৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আগবাঢ়ক৷ পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে ভাল সময় কটাব৷ ৬৮শতাংশ ক্ষেত্ৰত ভাগ্যৰ সংগ পাব৷ গায়ত্ৰী মন্ত্ৰ পাঠ কৰক৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই ভাল৷ কামচ সফলতা লাভ সম্ভৱ৷ কামত দীৰ্ঘদিনীয়া কোনো সমস্যা থাকিলে সমাধান পাব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰিলে ফল পাব৷ স্বাস্থ্যৰ যত্ন লওক৷ কামত ধৈৰ্য্য বজাই ৰাখক৷ বন্ধু আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী৷ ভাগ্যৰ ৯১শতাংশ ক্ষেত্ৰত সহায় পাব৷ বজৰংবলীক সেন্দুৰ নিবেদন কৰক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ আজিৰ দিনটো কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ’ব৷ নিজৰ ওপৰত নিয়ন্ত্ৰণ বজায় ৰাখক৷ সাৱধানে কামত আগবাঢ়ক৷ ক্লান্ত আৰু চিন্তিত থাকিব৷ নিজৰ ওপৰত ভৰসা ৰাখক৷ জীৱনত নতুন কিছু ঘটিব পাৰে৷ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব৷ ৬৬শতাংশ ক্ষেত্ৰত ভাগ্যবান আপুনি৷ বিষ্ণুৰ আৰাধনা কৰক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ আজিৰ দিনটো অত্যন্ত কঠিন৷ সমস্যা মোকাবিলাৰ বাবে কঠিন পৰিশ্ৰম কৰিব লাগিব৷ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ’ব৷ ধৈৰ্য আৰু কঠিন পৰিশ্ৰম কৰি লক্ষ্য লাভৰ চেষ্টা কৰক৷ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতক৷ আপোনজনৰ সৈতে সময় কটাব৷ আৰ্থিক বিষয়ত মনোনিৱেশ কৰক৷ ব্যয় নিয়ন্ত্ৰণত ৰাখক৷ আৰ্থিক পৰিস্থিতি উন্নতিৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰক৷ ৭৮ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ সংগ দিব৷ শিৱ চালিছা পাঠ কৰক৷

কন্যা ৰাশি

কন্যা ৰাশিত জাতকৰ আজিৰ দিনটো খুব ভাল৷ অসম্পূৰ্ণ ইচ্ছাপূৰণ হ’ব৷ নিজৰ কামত ব্যস্ত থাকক৷ কোনো প্ৰকল্পৰ কাম কৰাৰ সুযোগ পাব৷ ছাত্ৰ-ছাত্ৰীৰ পছন্দৰ বিষয়ত সাফল্য লাভ কৰিব৷ পঢ়াশুনাত উন্নতি সম্ভৱ৷ সন্ধিয়াবেলা স্বাভাৱিক গতিবিধিত অংশগ্ৰহণ কৰিব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মান-সন্মান বাঢ়িব৷ ভাগ্যই ৬৫শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ দিব৷ সৰস্বতীৰ পূজা কৰক৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই শুভ৷ কামত সফল হ’ব৷ পৰিশ্ৰমৰ ফল হাতে হাতে পাব৷ কৰ্মক্ষেত্ৰত সতৰ্ক থকা জৰুৰী৷ বিৰোধীৰ পৰা সতৰ্ক হৈ থাকক৷ কাৰো ওপৰত ভৰসা নকৰিব৷ নিজৰ চিন্তাভাৱনা নিয়ন্ত্ৰণত ৰাখক৷ শান্তভাৱে সকলো চিন্তা কৰি আগবাঢ়ক৷ ব্যয় বাঢ়িব, ইয়াৰ ফলত অৰ্থাভাৱ অনুভূত হ’ব পাৰে৷ ভাগ্যই ৮৮শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ পাব৷ বগা বস্তু দান কৰক৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ আজিৰ দিনটো অত্যন্ত কঠিন৷ দৈনন্দিন কাম সম্পন্ন কৰিবলৈ সতৰ্কতা অৱলম্বন কৰক৷ হঠাৎ কোনো সমস্যাই জৰ্জৰিত কৰিব পাৰে৷ আত্মীয়সকলৰ পৰা বিশেষ উপহাৰ লাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ চাকৰিৰ প্ৰস্তুতি লৈছে যদি সু-সংবাদ লাভ কৰিব৷ ব্যয় নিয়ন্ত্ৰণত নাৰাখিলে সমস্যাই দেখা দিব পাৰে৷ কোনো কামৰ কাৰণে উৎসাহিত হ’ব পাৰে৷ সময়ৰ কাম সময়ত কৰক৷ চেলেঞ্জপূৰ্ণ দিন৷ ভাগ্যই ৭৬ শতাংশ আপোনাৰ পক্ষত থাকিব৷ শিৱলিংগত গাখীৰ নিবেদন কৰক৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে আজি নিজৰ কামত সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ কোনো লগ্নিৰ দ্বাৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আয়ৰ উৎস বাঢ়িব পাৰে৷ সম্পত্তি সংক্ৰান্তীয় কোনো খবৰ লাভ কৰিব পাৰে৷ আইনী গোচৰত জয়লাভ সম্ভৱ৷ জীৱনসংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকক৷ ভাগ্যই ৯৯শতাংশ আপোনাৰ পক্ষত৷ পিতৃ-মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ আজিৰ দিনটো অসাধাৰণ হ’ব৷ নিজৰ কামত সাফল্য লাভ সম্ভৱ৷ সপোনপূৰণৰ সূযোগ পাব৷ কেৰিয়াৰৰ বাবে এই সময় অত্যন্ত শুভ৷ নিজৰ ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে৷ কামত অধিক পৰিশ্ৰম কৰিব লাগিব এই ৰাশিৰ জাতকে? সুযোগৰ সদব্যৱহাৰ কৰক৷ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ৷ পঢ়াশুনাত সাফল্য লাভ সম্ভৱ৷ প্ৰিয়জমৰ সৈতে সু-সময় কটাব৷ ভাগ্যই আজি ৯২ শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ দিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই ভাল৷ লাভ অৰ্জন কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে ধন লাভ কৰিব পাৰে৷ আত্মীয়ৰ সৈতে বিবাদ হ’ব পাৰে৷ ভা৷আ নিয়ন্ত্ৰণত ৰাখক৷ অফিচ ৰাজনীতিৰ পৰা দূৰত থাকক৷ সন্ধিয়া প্ৰিয়জনৰ সৈতে সময় কটাব৷ বিনোদনত অৰ্থ ব্যয় কৰিব পাৰে৷ বিবাহযোগ্য জাতকে ভাল প্ৰস্তাৱ পাব পাৰে৷ নতুন ঘৰ ক্ৰয় কৰিব পাৰে৷ ব্যৱসায়ত সাফল্য লাভ সম্ভৱ৷ অৰ্থাভাৱ নাথাকিব৷ জীৱনৰ প্ৰতি ক্ষেত্ৰতেই সফলতা আহিব৷ ভাগ্যই ৯৬শতাংশ ক্ষেত্ৰত আপোনাৰ সহায় পাব৷ লক্ষ্মীৰ পূজা কৰক৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে আজিৰ দিনটো কঠিন৷ স্বাস্থ্যৰ যত্ন লওক৷ কোনো অজান ৰোগত আক্ৰান্ত হ’ব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক৷ আত্মীয়সকলৰ পৰা বিশেষ উপহাৰ পাব পাৰে৷ সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ কামত ব্যস্ততা থাকিব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যয় নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷ ৬৫শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ সহায় কৰিব৷ অশ্বত্থ গছত গাখীৰ মিশ্ৰিত পানী নিবেদন কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
Next Post
বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

বুদ্ধ পূৰ্ণিমাতেই জানি থওক বুদ্ধৰ কেইটামান বাণী

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.