• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

4 years ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

44 minutes ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

1 hour ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

2 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

4 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

5 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

15 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

15 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

15 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

16 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

editor by editor
June 1, 2022
in অসম, চিনেমা
0
অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিভাঁজ অসমীয়া থলুৱা হাস্যৰসৰ উপাদানেৰে সমৃদ্ধ লোকেল উৎপাত-এ বক্স অফিচত অন্য এক মাইলষ্টোন স্পৰ্শ কৰিছে৷

যোৱা ১৩ মে’ত অসমৰ ছবিগৃহত মুক্তি পোৱা লোকেল  উৎপাত-এ অসমৰ ছবিগৃহসমূহৰ প্ৰতিটো দৰ্শনীতে হাউছফুল হোৱা দেখা গৈছে৷ দৰ্শকৰ বিপুল সঁহাৰিৰ ফলতে ছবিখনে বক্স অফিচত ১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷

প্ৰায় দুঘণ্টাৰ পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বে চিকুৱেল ছবি লোকেল কুংফুৰ নিৰ্মাণ কৰি অসমীয়া দৰ্শকৰ মন জয় কৰি থৈছিল।

লগতে পঢ়ক বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

কেনি দেউৰী বসুমতাৰীৰ পৰিচালিত নৱতম ছবি লোকেল উৎপাত যোৱা ১৩ মে’ত অসমৰ ৩৫ টা ছবি গৃহত মুক্তি দিয়া হৈছিল৷

মুক্তিৰ পূৰ্বে ছবিখন ইউনিটটোৱে যথাসাধ্যে সামাজিক মাধ্যম আৰু অসমৰ একাংশ সংবাদ মাধ্যমৰ যোগে প্ৰচাৰৰ চেষ্টা কৰা দেখা গৈছিল৷ অসমৰ কিছুমান নিৰ্দিষ্ট স্থানতো গৈ তেওঁলোকে ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছিল৷

কিন্তু তেওঁলোকৰ প্ৰচাৰৰ এই প্ৰয়াস জুবিন গাৰ্গৰ মিছন চাইনা আৰু কাঞ্চজংঘা অথবা যতীন বৰাৰ ৰত্নাকৰৰ দৰে বিশেষ গুৰুত্ব পোৱা পৰিলক্ষিত হোৱা নাছিল৷ আনকি তেওঁলোকৰ ছবিখনৰ প্ৰচাৰ তথা প্ৰমোচনৰ ক্ষেত্ৰত মূলসুঁতি সংবাদ মাধ্যমেও উপেক্ষা কৰাহে পৰিলক্ষিত হয়৷

লগতে পঢ়ক কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

কিন্তু চলচ্চিত্ৰখনে মুক্তি লাভ কৰাৰ পিছতে এক অন্য গতি লাভ কৰা দেখা যায়৷ ছবিখন চাই মন্ত্ৰমুগ্ধ হোৱা দৰ্শকসকলে সামাজিক মাধ্যম বিশেষকৈ ফেচবুকৰ জৰিয়তে ছবিখন নিভাঁজ হাস্যৰসৰ উপাদানেৰে সমৃদ্ধ, এক নিটোল কাহিনী আৰু ট্ৰিটমেন্টটো যথেষ্ট উচ্চমানৰ বুলি প্ৰচাৰ কৰাৰ পিছতে ছবিখনৰ প্ৰতি দশকৰ আগ্ৰহ বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷

ইপিনে ছবিখনৰ ইউনিটটোৱেও প্ৰতিটো দিনাই ৰাজ্যৰ বিভিন্ন ছবিগৃহত ছবিখনৰ দৰ্শনীৰ পাছত দৰ্শকৰ সৈতে মত বিনিময়ৰ বাবে উপস্থিত হৈ ইয়াৰ জয়যাত্ৰাক অধিক গতিশীল কৰি তোলে৷

লগতে পঢ়ক দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

ইফালে বক্স অফিচ কালেকচনে ১ কোটিৰ ঘৰ স্পৰ্শ কৰা পাছতে ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে এইক্ষেত্ৰত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বক্স অফিচত সফলতা লাভ কৰাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে অসমৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছে।

দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে অসমৰ বাহিৰৰ দুখনমান চহৰত ছবিখন মুক্তি দিয়া বুলিও পৰিচালকে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assamese filmaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamlocal utpaat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
Next Post
কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা উদ্বোধন যোগীৰ : আৰু কি কি কৰিব ৰাম মন্দিৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.