• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ অভিকেন্দ্ৰৰ পৰা এখন ৰে’লৰ যাত্ৰা

ক’ৰোনাৰ অভিকেন্দ্ৰৰ পৰা এখন ৰে’লৰ যাত্ৰা

6 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

24 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

2 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

3 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

4 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

6 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

21 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক’ৰোনাৰ অভিকেন্দ্ৰৰ পৰা এখন ৰে’লৰ যাত্ৰা

৮ খন দেশ পাৰ হৈ গ’ল ৰে’লখন

editor by editor
July 3, 2020
in বিশ্ব
0
ক’ৰোনাৰ অভিকেন্দ্ৰৰ পৰা এখন ৰে’লৰ যাত্ৰা
14
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশে দেশে লকডাউন৷ ইয়াৰ মাজতে এখন ৰে’লে পাৰ হৈ গ’ল ৮ খন দেশ৷ অতিক্ৰম কৰিলে ১৩,০২৫ কিলোমিটাৰ পথ৷ ৩ জুনত যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনে৷ সম্পূর্ণ এমাহৰ অন্তত ৰে’লখন উপস্থিত হ’ল গন্তব‍্য স্থানত৷ ৮ খন দেশ চুই যোৱা এই ৰে’লখনে যাত্ৰা আৰম্ভ কৰিছিল ক’ৰোনাৰ অভিকেন্দ্ৰ চীনৰ পৰা৷ চীনৰ য়িউ চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনে৷ সমগ্ৰ বিশ্বজুৰি ক’ৰোনা সন্ত্ৰাস সৃষ্টি কৰা চীনৰ ৰে’লখনে কাজাকিস্তান, ৰুছ, বেলাৰুছ, প’লেণ্ড, জার্মানী আৰু ফ্ৰান্স পাৰ হৈ মেদ্ৰিডত উপস্থিত হয়গৈ৷ এই ৰে’লখনে ৩৫ টা ডবাত স্পেইনলৈ কঢ়িয়াই নিয়ে ২.৮ কোটি মাস্ক আৰু চিকিৎসা কর্মীৰ বাবে ৪ লাখ ২৫ হাজাৰ সুৰক্ষা সঁজুলি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: China traincovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
Next Post
ধেমাজিৰ চিচিবৰগাঁৱত বাহন দুৰ্ঘটনা। নদীত পৰি সন্ধানহীন ৩গৰাকী।

চিচিবৰগাঁও ট্ৰেজেডীঃ বাহনসহ মৃতদেহ উদ্ধাৰ

নতুন ভূমিনীতিক খিলঞ্জীয়া বিৰোধী আখ্যা কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ

নতুন ভূমিনীতিক খিলঞ্জীয়া বিৰোধী আখ্যা কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.