• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…

মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

8 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

9 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

10 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

11 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

12 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

12 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

13 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

14 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

14 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

15 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…

editor by editor
December 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…
0
SHARES
668
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য, ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত যুৱক-কিশোৰী…

গুৱাহাটীত পুনৰ ভয়াৱহ ঘটনা। কালিৰ মোচুমী গগৈ ঘটনাৰ পাছত পুনৰ গুৱাহাটীত চাঞ্চল্য। কালিৰ ঘটনাৰ চাঞ্চল্য আজিয়ো অব্যাহত আছে। পাছে সেই ঘটনাৰ পাছতে আজি পুনৰ তীব্ৰ চাঞ্চল্য। ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ দুই যুৱক-কিশোৰীৰ নিথৰ দেহ।

নিৰুদ্দেশ হৈ আছিল কিশোৰী গৰাকী। আজি গাড়ীগাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰ। মৃতদেহ দুটা উদ্ধাৰৰ পাছতে হাহাকাৰ লাগি যায় সকলো ফালে। পৰিচয় উদ্ধাৰৰ পাছতে পৰিয়ালৰ লোক উপস্থিত হয় ঘটনাস্থলীত।

মৃতদেহ দুটা উদ্ধাৰৰ পাছতে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। মৃতদেহ দুটা এগৰাকী কিশোৰী আৰু আনটো এগৰাকী যুৱকৰ।

কিশোৰীগৰাকীৰ নাম জুহি দাস আৰু যুৱকজনৰ নাম হীৰকজ্যোতি দাসৰ বুলি চিনাক্ত কৰা হৈছে। মৃত জুহি দাসৰ ঘৰ লুইত পাৰত হীৰকজ্যোতি দাসৰ ঘৰ গাড়ীগাঁৱৰ নোৱাপাৰাত।

জুহি দাসৰ স্কুলৰ গাড়ী চলাইছিল হীৰকজ্যোতিয়ে। নিতৌ জুহিক স্কুলৰ পৰা অনা-নিয়া কৰিছিল হীৰকজ্যোতিয়ে। মঙলবাৰে পুৱতি নিশা হীৰকজ্যোতিৰ সৈতেই ওলাই গৈছিল জুহি। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল জুহি।

ঘটনাৰ খবৰ লাভৰ পাছতে ঘটনাস্থলীত উপস্থিত আৰক্ষী। ঘটনাৰ বিষয়ে এতিয়া বিশেষ জানিব পৰা হোৱা নাই। এতিয়াও সন্দেহৰ আৱৰ্তত সম্পূৰ্ণ ঘটনা। তদন্তৰ পাছতহে জানিব পৰা যাব ঘটনাৰ সবিশেষ।

বৰ্তমান মহানগৰী জালুকবাৰীৰ আৰক্ষীৰ উচ্চপদস্ত বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে নদী আৰক্ষী আৰু SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰপৰা মৃত দেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamGarigaonguwahatiJalukbari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…

৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত...

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.