• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

4 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

1 hour ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

3 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

4 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

4 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

6 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

editor by editor
March 25, 2022
in ভাৰত, ৰাজনীতি
0
উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই জাতীয়তাবাদৰ বিৰল দৃষ্টান্ত দেখুওৱাবলৈ আগবাঢ়িছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাৰাঠী জাতীয়তাবাদৰ উজ্জ্বল দৃষ্টান্ত দেখুওৱাই ৰাজ্যখনৰ স্থানীয় প্ৰশাসনত কেৱল মাৰাঠী ভাষা ব্যৱহাৰ কৰিবলৈ এক আইন প্ৰণয়নৰ কৰিছে৷

বৃহস্পতিবাৰে চলিত বিধানসভাৰ অধিবেশনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে এখন নতুন ভাষা আইন বিধেয়কখন উত্থাপন কৰে৷ উত্থাপন কৰাৰ পিছতে আইনখন বিধানসভাত গৃহীতও কৰা হয়৷

উল্লেখ্য যে মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়ত আদিত মাৰাঠী ভাষাক বাধ্যতামূলক কৰা হোৱা নাছিল৷

লগতে পঢ়ক নিজৰ তেজেৰে কোন মহিলাই অংকন কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ?

সেয়ে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনত নতুন ভাষা আইন প্ৰণয়ন কৰি ৰাজ্যখনৰ  নিকায়, নিগম, পঞ্চায়ত আদিত মাৰাঠী ভাষাক বাধ্যতামূলক কৰিছে৷

স্থানীয় প্ৰশাসনত মাৰাঠী ভাষা ব্যৱহাৰ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই বিধেয়ক গৃহীত হ’ল বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰৰ ভাষা বিভাগক আইনখন কাৰ্যকৰী কৰাৰ Nodal Agencyৰ দায়িত্ব হৈছে।

লগতে পঢ়ক  NPSৰ জৰিয়তে অৱসৰৰ পিছত লাভ কৰিব ৪৪ হাজাৰ টকাকৈ পেঞ্চন!

আইনখন গৃহীত হোৱাৰ পিছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব।

বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamMaharastra Govtuddhav thackeray
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.