অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত হৈ কেবিনেট মন্ত্ৰীৰ মৃত্যু।লক্ষ্ণৌৰ SPGI হাস্পতালত উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমলা ৰাণী বৰুণৰ মৃত্যু। ১৮ জুলাইৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছিল মন্ত্ৰীগৰাকী। তেওঁ উত্তৰপ্ৰদেশৰ কাৰিকৰী শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ