• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছানী লিয়'নী

ধৰ্মেন্দ্ৰৰ এডমিট কাৰ্ডত কেনেকৈ আহিল ছানী লিয়’নীৰ ফটো? পোহৰলৈ আহিল ঘটনা

3 years ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

34 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

2 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

3 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

3 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

4 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

5 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

5 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

7 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

8 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ধৰ্মেন্দ্ৰৰ এডমিট কাৰ্ডত কেনেকৈ আহিল ছানী লিয়’নীৰ ফটো? পোহৰলৈ আহিল ঘটনা

editor by editor
February 21, 2024
in অপৰাধ, ভাৰত
0
ছানী লিয়'নী
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবাদিন ধৰি এখন এডমিট কাৰ্ডে তোলপাৰ লগাই আছে সামাজিক মাধ্যম। মুহূৰ্ততে ভাইৰেল হৈ পৰা এডমিট কাৰ্ডখনক লৈ চৰ্চাৰ অন্ত নাই। আৰক্ষীত ভৰ্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ এডমিট কাৰ্ডত অভিনেত্ৰী ছানী লিয়’নীৰ ফটো। লগে লগে ছ’চিয়েল মিডিয়াত চৰ্চা। ছানী লিয়’নীয়ে আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নেকি? ছানী লিয়’নীৰ ফটো সম্বলিত এডমিট কাৰ্ড কেনেকৈ আহিল? কাৰ ভুলৰ বাবে সংঘটিত হ’ল এনে ঘটনা? প্ৰৱঞ্চনাৰ বলি হ’ল নেকি ধৰ্মেন্দ্ৰ কুমাৰ?

উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল পদৰ বাবে অনুষ্ঠিত হৈছিল বাচনী পৰীক্ষা। স্নাতক উত্তীৰ্ণ ধৰ্মেন্দ্ৰ কুমাৰ নামৰ এজন যুৱকে কনিষ্টবল পদৰ বাবে প্ৰস্তুতি চলাইছিল। পৰীক্ষাৰ বাবে আবেদন কৰা ধৰ্মেন্দ্ৰই এডমিট সংগ্ৰহ কৰি হতবাক হৈ পৰে। এডমিট কাৰ্ডত ধৰ্মেন্দ্ৰৰ পৰিৱৰ্তে বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়’নীৰ ফটো সম্বলিত আছিল। যাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ধৰ্মেন্দ্ৰই। ছ’চিয়েল মিডিয়াত এডমিটখন ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত ধৰ্মেন্দ্ৰই ঘটনাত তেওঁৰ কোনো হাত নাই বুলি বাৰে বাৰে দোহাৰিছিল। কিন্তু পৰৱৰ্তী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহে। তথ্য অনুসৰি ধৰ্মেন্দ্ৰই মহোবাৰ এখন চাইবাৰ কেফেৰ পৰা আৰক্ষী পৰীক্ষাৰ বাবে আবেদন কৰিছিল। সকলো সঠিকভাবে কৰা বুলি ধৰ্মেন্দ্ৰই দাবী কৰাৰ পাছতো এডমিটত ছানী লিয়’নীৰ ফটো অহা ঘটনাই আচম্বিত কৰিছে সকলোকে। ইয়াৰ পাছত ধৰ্মেন্দ্ৰক পুনৰ থানালৈ মাতি সোধা-পোছা কৰাতহে ওলাই ওৰহী গছৰ ওৰ। ধৰ্মেন্দ্ৰৰ ভাষ্য অনুসৰি তেওঁ আবেদন পূৰণৰ পাছত লগইন আৰু পাছৱৰ্ড অসাৱধানবশত ভাগ-বতৰা কৰিছিল।

আবেদনকাৰীসকলক লগইন পাছৱৰ্ড ভাগ-বতৰা নকৰিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিয়া হৈছিল। ইয়াৰ পাছতো কিন্তু বহু লোকে এই সতৰ্কবাণী অমান্য কৰে। ধৰ্মেন্দ্ৰও এনে ঘটনাৰেই চিকাৰ হয়। কোনো অজ্ঞাত লোকে ধৰ্মেন্দ্ৰৰ প্ৰ-পত্ৰ পুনৰ লগইন কৰি ইয়াক সম্পাদনা কৰে যাৰ ফলত ধৰ্মেন্দ্ৰৰ এডমিট কাৰ্ডত ছানী লিয়’নীৰ ফটো সংলগ্ন হয়। অপৰাধীক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: police examsunny leoneUP policeuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
গৌৰৱ

নগাঁৱত গৌৰৱ। প্ৰদ্যুতৰ কি হ’ব?

অমিতাৰ বীজ

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.