• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

2 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

30 minutes ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

1 hour ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

2 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

2 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

3 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

4 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

4 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

5 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

5 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

6 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

editor by editor
September 29, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

হিজবুল্লাহৰ শক্তিশালী নেতা হাছান নছৰল্লাহক হত্যা কৰি ইজৰাইলে এক বৃহৎ সফলতা লাভ কৰিছে। কিন্তু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এদিনতে এই সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ বাবে ইজৰাইলী চোৰাংচোৱা সংস্থাৰ সহায় লৈছিল। যিটো ২০০৬ চনৰ পৰা আৰম্ভ হৈছিল।

নছৰল্লাহক হত্যা কৰাৰ পূৰ্বে ইজৰাইলে এই বিষয়ে আমেৰিকাক জনাইছিল। অৱশ্যে ৰাষ্ট্ৰপতি জো বাইডেনে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে তেনে কৰিলে আঞ্চলিক যুদ্ধৰ সূচনা হ’ব, কিন্তু ইজৰাইলে জানিছিল যে যদি এইটো কৰা নহয় তেন্তে হিজবুল্লাহ তেওঁলোকৰ বাবে মূৰৰ কামুৰণি বুলি প্ৰমাণিত হ’ব।

আমেৰিকাৰ সৈতে এই তথ্য ভাগ-বতৰা কৰাৰ লগে লগে ইজৰাইলে কোনো পলম নকৰাকৈয়ে লেবাননত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ৰ চাৰি মহলীয়া অট্টালিকাত যুদ্ধ বিমানৰ পৰা ৮০টাতকৈও অধিক বোমা নিক্ষেপ কৰি হাছান নাছৰল্লাক হত্যা কৰে। কিন্তু এইবাৰ ইজৰাইলে আমেৰিকাক প্ৰথম আক্ৰমণৰ সৈতে জড়িত কোনো তথ্য নিদিলে। ইয়াৰ লগতে ইজৰাইলী সেনাই হিজবুল্লাহৰ আৰু বহু সেনাপতিক হত্যা কৰে, য’ত নাছৰল্লাহৰ কন্যাও আছিল।

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ইজৰাইলে গম পাইছিল যে নছৰল্লাই তেওঁৰ কিছুমান শীৰ্ষ লেফটেনেণ্টক লগ কৰিবলৈ বেইৰুটৰ এটা বাংকাৰত উপস্থিত হৈছিল। এই বিষয়ে সুনিৰ্দিষ্ট খবৰ পাবলৈ ইজৰাইলে নিজৰ চোৰাংচোৱা সংস্থাৰ সহায় লৈছিল। যিটো তেওঁ ২০০৬ চনৰ পৰা কেৱল এই কামৰ বাবেই নিযুক্তি দিছিল।

অৰ্থাৎ ১৮ বছৰৰ পাছত হিজবুল্লাহৰ সন্ত্ৰাসবাদৰ অন্ত পেলোৱাত ইজৰাইল সফল হয়। তেওঁলোকে এইটোও জানিছিল যে ২০২৩ চনত হামাছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পিছত হিজবুল্লাই তেওঁলোকক আক্ৰমণ কৰিব। তেওঁৰ কথা সঁচা বুলি প্ৰমাণিত হ’ল আৰু উত্তৰ লেবানন সীমান্তৰ পৰা হামাছৰ সমৰ্থনত সন্ত্ৰাসবাদীয়ে কেইবাটাও আক্ৰমণ চলাইছিল যদিও এইবাৰ ইজৰাইলে ৰিস্ক ল’ব নিবিচাৰিলে।

ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে ২০০৬ চনৰ যুদ্ধৰ পিছত ইজৰাইলৰ চোৰাংচোৱা সংস্থাটোৱে হিজবুল্লাহৰ বিৰুদ্ধে তথ্য সংগ্ৰহৰ বাবে দিনে নিশাই কাম কৰিছিল। ইয়াৰ বাবে ইজৰাইলে কেইবাবছৰ ধৰি মোছাদক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

ইয়াৰ অধীনত ইজৰাইলৰ চিগনেল ইনটেলিজেন্স এজেন্সী ইউনিট ৮২০০-এ হিজবুল্লাহৰ চেল ফোন আৰু অন্যান্য ডিভাইচসমূহক ভালদৰে আটক কৰিবলৈ অত্যাধুনিক চাইবাৰ সঁজুলি তৈয়াৰ কৰিছিল। মূল্যৱান তথ্য যাতে সৈন্য আৰু বায়ুসেনালৈ দ্ৰুতভাৱে প্ৰেৰণ কৰা হয় তাৰ বাবে যুদ্ধৰ ভিতৰত নতুন দল গঠন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HizabullahHizbullah AttackaIsreal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?
বাণিজ্য

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

April 16, 2026
Next Post
হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.