• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুপ্তাংগত কাঠৰ টুকুৰা, আশ্ৰয় দিবলৈ আনি নাৱালিকাক অত্যাচাৰ চলালে শিক্ষক দম্পত্তিয়ে…

গুপ্তাংগত কাঠৰ টুকুৰা, আশ্ৰয় দিবলৈ আনি নাৱালিকাক অত্যাচাৰ চলালে শিক্ষক দম্পত্তিয়ে…

3 years ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

7 minutes ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

23 minutes ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

48 minutes ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

1 hour ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

2 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

2 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

2 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

3 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

4 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

4 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

5 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গুপ্তাংগত কাঠৰ টুকুৰা, আশ্ৰয় দিবলৈ আনি নাৱালিকাক অত্যাচাৰ চলালে শিক্ষক দম্পত্তিয়ে…

editor by editor
March 19, 2023
in অপৰাধ, ভাৰত
0
গুপ্তাংগত কাঠৰ টুকুৰা, আশ্ৰয় দিবলৈ আনি নাৱালিকাক অত্যাচাৰ চলালে শিক্ষক দম্পত্তিয়ে…
0
SHARES
15.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুৰুতৰভাৱে আহত অৱস্থাত এগৰাকী নাবালিকাক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। চিকিৎসকে নাবালিকাগৰাকীৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলা বুলি প্ৰকাশ কৰিছে। শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন পোৱা গৈছে। ১১ বছৰীয়া নাৱালিকাগৰাকীৰ গুপ্তাংগত উদ্ধাৰ হৈছে কাঠৰ টুকুৰা। নাৱালিকাগৰাকীক চিকিৎসালয়লৈ লৈ আনিছিল এগৰাকী মহিলাই। মহিলাগৰাকীয়ে চিকিৎসকক কৈছিল যে ভায়েকৰ সৈতে কৰা কাজিয়াতেই আঘাত পাইছে নাবালিকাই।

কিন্তু চিকিৎসকে পৰীক্ষাৰ অন্তত আৰক্ষীলৈকো প্ৰতিবেদন পঠিওৱাৰ পিছতেই আৰম্ভ হৈছে তদন্ত। এয়া সাধাৰণ আঘাত নহয়। আৰক্ষীয়ে ইতিমধ্যে নাবালিকাগৰাকীক চিকিৎসালয়লৈ লৈ অনা মহিলাক আটক কৰিছে। ঘটনাটো উত্তৰপ্ৰদেশৰ কানপুৰৰ। আৰক্ষী সূত্ৰই জনোৱা মতে নাৱালিকাগৰাকীৰ মাতৃৰো মৃত্যু হৈছে। মাতৃৰ মৃত্যুৰ পাছতেই পৰিয়ালৰ লোকে এৰি থৈ যায় নাবালিকাগৰাকীক। অকলশৰীয়া নাবালিকাক এখন অনাথ আশ্ৰমত ৰখাৰ বাবে লৈ আহে এগৰাকী মহিলাই। কানপুৰৰ পৰা নাবালিকাৰ ঠিকনা হৈ পৰে ধুমানগঞ্জ। যিগৰাকী মহিলাই নাবালিকাগৰাকীক লৈ আহে তেওঁৰ স্বামী এজন শিক্ষক বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষীৰ কাষত মুখ খুলিছে নাৱালিকাগৰাকীয়ে। নাবালিকাই জনোৱা অনুসৰি শিক্ষকদম্পত্তিয়ে ভালকৈ খাবলৈ দিয়া নাছিল নাৱালিকাক। মাহৰ প্ৰায় আধা সময়ে খালীপেটে কটাইছিল। ইয়াৰোপৰি নাৱালিকাক চিকিৎসা প্ৰদান চিকিৎসক সিদ্ধাৰ্থ পাণ্ডেই কয় যে নাৱালিকাৰ শৰীৰৰ বহু ঠাইত আঘাতৰ চিন পোৱা গৈছে। নাৱালিকাৰ গুপ্তাংগৰ পৰা এটা কাঠৰ টুকুৰাও লাভ কৰিছে। কেৱল এয়াই নহয় কিশোৰীগৰাকীৰ এখন হাত ভঙাও আছিল। ইতিমধ্যে চিকিৎসকৰ তত্ত্বাবধানত চিকিৎসা চলি আছে কিশোৰীগৰাকীৰ। আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে নাৱালিকাগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা
জীৱনশৈলী

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
Next Post
মাতৃ হোৱাৰ পিছতেই চনমে পাহৰিলে মেকআপ, চাওক চনম কাপুৰৰ কেইখনমান বিশেষ ফটো…

মাতৃ হোৱাৰ পিছতেই চনমে পাহৰিলে মেকআপ, চাওক চনম কাপুৰৰ কেইখনমান বিশেষ ফটো...

‘যদি ভুল কৰিছো ভৰিতো ধৰিম, ক্ষমাও খুজিম’ নাগাৰা নাম সংঘৰ সংবিধান কিন্তু কেৱল কৰিশ্মা কেন্দ্ৰীক হ’ব নালাগেঃ কৰিশ্মা নাথ

'যদি ভুল কৰিছো ভৰিতো ধৰিম, ক্ষমাও খুজিম’ নাগাৰা নাম সংঘৰ সংবিধান কিন্তু কেৱল কৰিশ্মা কেন্দ্ৰীক হ’ব নালাগেঃ কৰিশ্মা নাথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.