• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?

12 months ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

9 minutes ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

35 minutes ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

52 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

1 hour ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

3 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

4 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

6 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?

মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?

editor by editor
April 10, 2025
in স্বাস্থ্য
0
মাত্ৰ ১৫ মাহৰ ভিতৰতেই এখন হাস্পতালত নতুনকৈ ৪৭৭ জন HIV আক্ৰান্ত চিনাক্ত, ৰিপৰ্টক লৈ বাঢ়িছে উদ্বেগ, কেনেকৈ বাঢ়িছে ৰোগীৰ সংখ্যা?
0
SHARES
575
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত বৰ্ষত উত্তৰাখণ্ডৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে ১৯ জন যুৱকৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক ৰাখি HIV সংক্ৰমণ বিয়পোৱাৰ অভিযোহ উঠিছিল৷ এইবাৰো উত্তৰাখণ্ডৰ সেই একেখন হাস্পতালতেই বিগত ১৫ মাহত ৪৭৭ জনৰ তেজত HIV পজিটিভ ভাইৰাছ পোৱা গৈছে৷ এই পৰিসংখ্যাই উদ্বেগ বঢ়াইছে স্বাস্থ্য দপ্তৰৰ অধিকাৰীসকলৰ মাজতো৷

উত্তৰাখণ্ডৰ হলদৱানীৰ ডাক্তৰ সুশীলা তিৱাৰী চৰকাৰী হাস্পতালত এই ঘটনা৷ বুধবাৰে এই হাস্পতালৰ এগৰাকী অধিকাৰীয়ে ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত কয়, ‘২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত ৪৭৭টা HIV পজিটিভ কেছ ধৰা পৰিছে৷’

হাস্পতালৰ এণ্টি ৰেট্ৰোভাইৰেল থেৰাপিৰ নোডেল অফিচাৰ বৈভৱ কুমাৰে জনোৱা অনুসৰি HIV আক্ৰান্তসকলৰ মাজত অধিকাংশই পুৰুষ৷ এইসকলৰ মাজত ৮গৰাকী শিশুও আছে৷ প্ৰাথমিকভাৱে জনা গৈছে মাতৃৰ পৰাই তেওঁলোকৰ শৰীৰত এই ৰোগ সংক্ৰমিত হৈছে৷ তেওঁ লগতে কয়, ‘এই পৰিসংখ্যা অত্যন্ত উদ্বেগৰ৷ প্ৰতিদিনে কমপক্ষেও তিনিজন এই ৰোগত আক্ৰান্ত হৈছে৷ বহুতেই সমাজৰ ভয়ত নিজৰ নাম ৰেজিষ্টাৰো কৰিব খোজা নাই৷ অধিকাংশ ক্ষেত্ৰতেই দেখা গৈছে পুৰুষেও মাদক লোৱাৰ সময়ত যি চিৰিঞ্জ ব্যৱহাৰ কৰে সেই চিৰিঞ্জৰ পৰাও এই ৰোগ বিয়পিছে৷ ড্ৰাগৰ নিচাৰ পৰা যদি সাধাৰণ মানুহক মুক্ত কৰিব নোৱাৰি তেন্তে এই সংক্ৰমণ ৰোধ কৰাটো কষ্টসাধ্য হৈ পৰিব৷ এই ক্ষেত্ৰত কাউন্সেলিঙো কোনো কামত নাহে৷ মাদক কৰ পৰা কেনেকৈ আহে সেই পথ বন্ধ কৰিব লাগিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

March 30, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

Next Post
দাম কমিব ফোন-টিভি-ফ্ৰিজৰ! ট্ৰাম্পৰ চীনা শুল্ক নীতিত কেনেদৰে লাভাম্বিত হ’ব ভাৰত?

পৃথিৱীৰ কাষলৈ ক্ষীপ্ৰ গতিৰে আগুৱাই আহিছে বৃহৎ আকাৰৰ গ্ৰহাণু, কি অশনি ইংগিত দিছে নাছাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন