• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

4 years ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

42 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

4 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

6 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

8 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

editor by editor
December 28, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?
0
SHARES
952
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’ব শিশুৰ কোভিড ভেকচিনৰ বাবে নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰু আগন্তুক ৩ জানুৱাৰীৰ পৰা ভাৰতত প্ৰদান কৰা হ’ব ভেকচিন৷ ১৫- ১৮ বছৰ বয়সৰ কিশোৰক প্ৰদান কৰিব কোভিড ভেকচিন ‘কোভাক্সিন’৷ সোমবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে এই কথা৷ ইয়াৰ উপৰি, স্বাস্থ্য সেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ ঊৰ্ধৰ ব্যক্তিক ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ‘সতৰ্কতামূলক ড’জ’৷ দ্বিতীয় পালি কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৩৯ সপ্তাহৰ পাছত প্ৰদান কৰা হ’ব এই ‘সতৰ্কতামূলক ড’জ’৷ CoWIN প’ৰ্টেলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব ব্যক্তিয়ে৷ ষ্টুডেণ্ট ID কাৰ্ড, আধাৰ কাৰ্ড বা অন্য কোনো ID ব্যৱহাৰ কৰিব লাগিব কিশোৰসকলে৷  বৰ্তমান থকা কোনো একাউণ্টৰ পৰা বা নতুন একাউণ্টৰ জৰিয়তে পঢ্জীয় কৰিব লাগিব নিজৰ নাম৷ প্ৰতিগৰাকী যোগ্য নাগৰিকৰ বাবে উপলব্ধ আছে এই সুবিধা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovaxincovid 19 indiacovid vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
Next Post
নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

নিজৰ সুৰক্ষাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰীয়ে, VR10 সুৰক্ষাৰে Mercedes-Maybach S650 মোদীৰ নতুন কনভয় কাৰ

২০২২ত দেশত আৰম্ভ হ’ব 5G নেটৱৰ্ক সেৱা, প্ৰথমে ১৩ খন চহৰত আৰম্ভ হ’ব এই সেৱা

২০২২ত দেশত আৰম্ভ হ’ব 5G নেটৱৰ্ক সেৱা, প্ৰথমে ১৩ খন চহৰত আৰম্ভ হ’ব এই সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.