• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুৰ ওপৰত কোভিড ভেকচিন প্ৰয়োগ

শিশুৰ ওপৰত কোভিড ভেকচিন প্ৰয়োগ

5 years ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

19 minutes ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

36 minutes ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

2 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

2 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

4 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

5 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

6 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

7 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

15 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

15 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

শিশুৰ ওপৰত কোভিড ভেকচিন প্ৰয়োগ

editor by editor
June 10, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
শিশুৰ ওপৰত কোভিড ভেকচিন প্ৰয়োগ
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দুবছৰীয়া শিশুৰ দেহত কোভিড ভেকচিনৰ পৰীক্ষণ। ভাৰতত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হৈছে এই পৰীক্ষণ। দুবছৰীয়া শিশুৰ দেহত এই পৰীক্ষণ সম্পন্ন কৰে ভাৰত বায়’টেকে। কানপুৰৰ প্ৰখৰ হাস্পতালকে ধৰি ভাৰতত ৫টা স্থানত সম্পন্ন কৰা হয় পৰীক্ষণ। ভাৰত বায়’টেকৰ কোভিড ভেকচিন ‘কোভাক্সিন’ পৰীক্ষামূলকভাৱে প্ৰদান কৰা হয় শিশুসকলৰ দেহত। ১২-১৮ বছৰৰ শিশুসকলৰ ক্ষেত্ৰত দ্বিতীয় বাৰৰ বাবে ভাৰত বায়’টেকে সম্পন্ন কৰে পৰীক্ষণ। ২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক তিনিটা পৃথক গ্ৰুপত পৰীক্ষামূলকভাৱে প্ৰদান কৰে ভেকচিন। প্ৰথম গ্ৰুপত ২-৬ বছৰৰ শিশু, দ্বিতীয় গ্ৰুপত ৬-১২ বছৰৰ শিশু আৰু তৃতীয়টো গ্ৰুপত ১২-১৮ বছৰৰ কিশোৰসকলক প্ৰদান কৰা হয় ভেকচিন। প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পাছত ১২ বছৰৰ তলৰ শিশুসকলকো অন্তৰ্ভুক্তি কৰে দ্বিতীয় পৰ্যায়ত। ইতিমধ্যে দেশত ১৮ ঊৰ্ধ্বৰ ব্যক্তিসকলক ভেকচিন প্ৰদান কৰি থকা হৈছে। উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, পোলেণ্ড, ফিনলেণ্ড আদি দেশত ছমহীয়া শিশুৰ দেহত ফাইজাৰে ইতিমধ্যে পৰীক্ষামূলকভাৱে কোভিড ভেকচিন প্ৰদান কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covaxincovid vaccine trail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’
অসম

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

October 9, 2026
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
Next Post
অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলিনা বৰগোঁহাইৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলিনা বৰগোঁহাইৰ

কংগ্ৰেছ নেতৃত্বক সাৱধানবাণী শুনালে কপিল ছিবালে

কংগ্ৰেছ নেতৃত্বক সাৱধানবাণী শুনালে কপিল ছিবালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.