• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ এই নিৰ্দিষ্ট ঠাইত নিতৌ জলাওক এগচি চাকি, ধন ভৰি থাকিব ঘৰত

2 years ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

24 minutes ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

2 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

3 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

4 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

5 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ এই নিৰ্দিষ্ট ঠাইত নিতৌ জলাওক এগচি চাকি, ধন ভৰি থাকিব ঘৰত

editor by editor
July 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ঘৰৰ এই নিৰ্দিষ্ট ঠাইত নিতৌ জলাওক এগচি চাকি, ধন ভৰি থাকিব ঘৰত
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ এই নিৰ্দিষ্ট ঠাইত নিতৌ জলাওক এগচি চাকি, ধন ভৰি থাকিব ঘৰত

বাস্তু শাস্ত্ৰই সকলো মানুহৰে জীৱনত কম বেছি পৰিমানে প্ৰভাৱ পেলাই, কেতিয়াবা কাৰোবাৰ জীৱনেই সলাই পেলায়। দৈনন্দিক কাম কাজত মাথো কিছু সাল সলনি কৰিলেই সফলতা লাভ কৰিব পৰা যায় বুলি বাস্তু শাস্ত্ৰই কয়।

ধনৰ ক্ষেত্ৰত কিছু লোকৰ জীৱনত ই স্থিৰতা নাৰাখে, নাইবা বহু পৰিমানে খৰচ হয়, যাৰ বাবে চিন্তাত থকা দেখা যায় বহু লোকক। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বাস্তু শাস্ত্ৰই দিছে কিছু নিয়ম।

নিয়ম অনুসৰি ঘৰৰ এক নিৰ্দিষ্ট ঠাইত নিতৌ এগচি চাকি জ্বলালে হাতত ধন থাকিব বুলি মান্যতা আছে। লগতে আৰ্থিক দিশত উন্নতি হোৱা দেখা যায। ঘৰলৈ সকৰাত্মক শক্তিৰ প্ৰৱেশ ঘটে, সকলো নকৰাত্মক শক্তি নাশ কৰে।

যি ঘৰত নিয়মিত ৰূপত চাকি জ্বলোৱা হয় সেই ঘৰত আৰ্থিক সমস্যা নোহোৱা হোৱাৰ লগতে ঘৰত সুখ-শান্তি বৰ্তি থাকে। বাস্তু অনুসৰি নিতৌ পুৱা সন্ধিয়া ঘৰৰ মুখ্য দ্বাৰৰ সোঁ ফালে মিঠা তেলৰ চাকি জ্বলাব লাগে।

এনে কৰিলে মা লক্ষ্মীয়ো প্ৰসন্ন হয় বুলি মান্যতা আছে, লগতে ঘৰলৈ সকলো ফালৰ পৰা সুখ -শান্তি আহে বুলিয়ো মান্যতা আছে। ঘৰৰ সমৃদ্ধি বৃদ্ধি পায়। এনেদৰে চাকি জ্বলালে ঘৰৰ পৰা কংগালী আঁতৰ হয় আৰু সমৃদ্ধি প্ৰৱেশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyBastuVastuVastu Sastra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

Next Post
কোনে শেষ কৰিলে বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত কাজিয়া, অৱশেষত আহিল পোহৰলৈ

৬ সন্তানৰ মাতৃ আৰু ১০ সন্তানৰ পিতৃৰ মাজৰ গভীৰ প্ৰেম, সন্তানৰ বিয়া এৰি পলাই গ’ল দুয়ো প্ৰেমিক

৬ সন্তানৰ মাতৃ আৰু ১০ সন্তানৰ পিতৃৰ মাজৰ গভীৰ প্ৰেম, সন্তানৰ বিয়া এৰি পলাই গ'ল দুয়ো প্ৰেমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন