• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

1 year ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

4 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

6 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

6 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

7 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

8 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

9 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

editor by editor
November 10, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অযোধ্যাৰ ৰাম জন্মভূমি গোচৰৰ পৰা আৰম্ভ কৰি সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ, ডিৱাই চন্দ্ৰচূড় দেশৰ মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত দি গৈছে একাধিক ৰায়দান৷ তেওঁৰ নেতৃত্বাধীন বেঞ্চে দিয়া ৰায়সমূহ লেখত ল’বলগীয়াই৷ বাদী-বিবাদী সমস্ত পক্ষৰ অধিবক্তাই শুনানি চলি থকাৰ সময়ত আদালতৰ ডেকোৰাম নামানিলেই কাঢ়া বাৰ্তা দিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কামৰ শেষ দিনটোত তেওঁ সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি বিদায় লৈছে৷ ইয়াৰ সৈতে জনাই যে আৰু ন্যায়বিচাৰ দিব নোৱাৰিলেও তেওঁ সন্তুষ্ট৷ তেওঁ কয়, ‘মই সম্ভৱত সকলোতকৈ বেছি ট্ৰল খোৱা জাজ৷ সমালোচকসকলো আজিৰ পৰা কৰ্মহীন হৈ পৰিব৷ সমালোচনাক সহ্য কৰিব পৰা ক্ষমতা অৱশ্যে মোৰ আছেই৷’

২০১৬ চনৰ মে মাহৰ পৰা ২০২৪চনৰ নৱেম্বৰ মাহ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্ৰচূড়ৰ আমোলত কি কি উল্লেখযোগ্য ৰায়দান দিয়া হৈছে?

অযোধ্যা গোচৰ

বাবৰি মছজিদৰ বিতৰ্কিত মাটিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ এই ঐতিহাসিক ৰায় দিয়া হৈছিল ২০১৯ চনত৷ অৱশ্যে তেতিয়া তেওঁ মুখ্য ন্যায়াধীশ নাছিল৷ ছুপ্ৰিম কৰ্টৰ এগৰাকী বিশেষ জাজ হিচাপে তেওঁ তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বেঞ্চৰ সদস্য আছিল৷

ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ

২০১৭ চনৰ এই গোচৰত ৯জনীয়া ন্যায়াধীশৰ সাংবিধানিক বেঞ্চে ঐক্যমত হৈ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৰায় দিছিল যে গোপনীয়তা সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনৰ এক মৌলিক অধিকাৰ৷ সেয়া জৰুৰী অৱস্থাৰ সময়তো বাহাল থাকিব৷ ১৯৭৬চনত উচ্চতম ন্যায়ালয়ে জনাইচিল যে জৰুৰী অৱস্থাৰ সময়ত মৌলিক অধিকাৰৰ কথাবোৰ উঠাই লোৱা হয়৷ সেই ৰায় দিয়া বেঞ্চৰ সদস্য আছিল ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড়৷ পিতৃৰ সেই ৰায়কেই ভুল প্ৰতিপন্ন কৰিলে পুত্ৰই৷

নিৰ্বাচনী বণ্ড

নিৰ্বাচনী বণ্ডক অসাংবিধানিক ঘোষণা কৰে ছুপ্ৰিম কৰ্টে৷

পৰকীয়া ফৌজদাৰী অপৰাধ নহয়

পাঁচজনীয়া সাংবিধানিক বেঞ্চে ৰায় দিয়ে যে পৰকীয়া ফৌজদাৰী অপৰাধ নহয়৷ IPC ৪৯৭ ধাৰাক বাতিল ঘোষণা কৰা হয়৷

LGBTQ+ অধিকাৰ

IPC ৩৭৭ অৰ্থাৎ সমকামিতাক ডিক্ৰিমিনালাইজ কৰা হয়৷ এই ৰায় LGBTQ+ৰ মৌলিক অধিকাৰ স্থাপন কৰে আৰু বৈষম্যৰ বিৰুদ্ধে এই নজিৰবিহীন মাইলফলক স্থাপন কৰে৷

হাদিয়া মামলা

২০১৭ চনৰ এই গোচৰত নিজৰ পছন্দৰ প্ৰাৰ্থীক বিয়াৰ অধিকাৰক সংবিধানত স্বীকৃত জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ আওঁতাভূক্ত কৰা হয়৷

ছৱৰিমালাত প্ৰৱেশাধিকাৰ

কেৰালাৰ ছৱৰিমালা মন্দিৰত ১০-১৫ বছৰ বয়সীয়া নাৰীৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা তুলি লোৱাৰ পক্ষত আছিল মুখ্য ন্যায়াধীশে৷

ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ

বিচাৰিলেই যি কোনো ব্যক্তিগত স্থাৱৰ সম্পত্তি কাঢ়ি ল’ব নোৱাৰিব কোনো ৰাষ্ট্ৰই৷ তাৰ বাবে চৰ্ত পূৰণ কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.