• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

8 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

9 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

10 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

11 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

12 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’

editor by editor
July 21, 2024
in বিবিধ, ভাৰত, লেখা
0
ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’

চত্তীশগড়ৰ ৰায়পুৰত ভাৰতত নিষিদ্ধ হোৱাৰ পাছতো পোহনীয়া হিচাপে ৰখা দুটা পিটবুলৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে এজন ডেলিভাৰী বয়ৰ। বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই শিহৰণকাৰী দৃশ্য।

সচৰাচৰৰ দৰে ডেলিভাৰী বয়টোৱে সামগ্ৰী ডেলিভাৰী কৰিবলৈ সেই স্থান পাইছিলহি, কিন্তু সেই ঘৰত উপস্থিত থকা দুটা পিটবুল কুকুৰে হঠাৎ যুৱকজনক আক্ৰমণ কৰি দিয়ে। পিট বুলৰ আক্ৰমণত ডেলিভাৰী বয়জন গুৰুতৰভাৱে আহত হয়।

কোনোমতে ঘৰটোৰ পৰা পলাই গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এইটো পিটবুল আক্ৰমণৰ প্ৰথমটো ঘটনা নহয়, ইয়াৰ পূৰ্বেও এনে বহু গোচৰ পোহৰলৈ আহিছিল। যাৰ বাবেই ভাৰতৰবৰ্ষত নিষিদ্ধি ঘোষণা হৈছিল পিটবুল।

এই ঘটনা প্ৰায় এসপ্তাহ পূৰ্বে সংঘটিত হৈছিল, যাৰ ভিডিঅ’ বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ঘটনাৰ ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে গেট খুলি ঘৰত প্ৰৱেশ কৰা দেখা গৈছে। কিন্তু হঠাৎ দুটা পিটবুল কুকুৰ আৰু এটা সাধাৰণ কুকুৰে ভুকি ভুকি খেদি আহে।

পিটবুল দুটাই ডেলিভাৰী বয়জনৰ হাত আৰু উৰুত আক্ৰমণ কৰে। যাৰ ফলত তেজেৰে তেজেৰে তুমুৰুলি হৈ পৰে যুৱকজন। অৱশেষত কোনোমতে গেটৰ পৰা বাহিৰ হৈ বাটৰ কাষত ৰৈ থকা এখন বাহনৰ বনেটত উঠিহে ৰক্ষা পৰে। পাছত এই গোচৰত কুকুৰটোৰ মালিক অক্ষত ৰাওৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। শেষত ৫ হাজাৰ টকাৰ বণ্ডত মুকলি কৰি দিয়া হয়।

https://x.com/bhayankar_prani/status/1812762091377270899

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DogsDogs AttackPitbullPitbull Dogsviral videoViral Video Doc Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
Next Post
আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ’ বাইডেনৰ, ইতিহাস সৃষ্টি কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে কৰিব প্ৰতিদ্বন্দিতা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ' বাইডেনৰ, ইতিহাস সৃষ্টি কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে কৰিব প্ৰতিদ্বন্দিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন