অসম লাইভ ২৪ঃ ইংৰাজীত ‘ছাৰ’ অসমীয়াত ‘গুৰু’ বা ‘মহাশয়’। অৰ্থাৎ যাৰ অৰ্থ হৈছে মূৰত চালিৰ দৰে ভেটা দি সৎ পথৰ প্ৰদৰ্শক। যাক এটা শব্দত অসমীয়াত কোৱা হয় ছাৰ বা গুৰু। কিন্তু বোকাখাতৰ ঐতিহ্যমণ্ডিত চন্দ্ৰনাথ বেজবৰুৱা কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আফতাফিজুৰ ৰহমান নামৰ ব্যক্তিজন ছাৰ বা গুৰুৰ নামত অভদ্ৰ, চৰিত্ৰহীন! ছাৰে বোলে ছাত্ৰীসকলৰ মুখৰ পৰা মুকলিকৈ জানিব বিচাৰে ‘পৰ্ন ছবি চাই ভাল পায় নে বেয়া পায় ছাত্ৰীসকলে?’। অনলাইন ক্লাছত আফতাফিজুৰ ছাৰে বোলে ছাত্ৰীক অকলে নাচিবলৈ দি অকলে অকলে পৰম সুখত বিভোৰ হয়। শেষত ছাত্ৰীৰ ভৰুণ দেহা চাই ভাল পোৱা ইংৰাজী ছাৰৰ WhatsApp মেছেজ হৈ পৰিল ভাইৰেল। তাৰ পাছত কি হ’ব আৰু, কাহিনী চুটি। চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালৰখনত কালিমা সানি এতিয়া ছাৰে সাংবাদিকৰ কেমেৰাৰ আগত মুখ লুকুৱাওঁতেই আঁজৰি পোৱা নাই। সঁচাকৈ দেই! এই ইংৰাজী ছাৰজন তাহানিৰ সেই অংক ছাৰজনৰ দৰেই বৰ অভদ্ৰ!
Click Here to see more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ