• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
two student leader of aasu have been arrested

বাঘৰ ছাল পিন্ধা মেকুৰী! ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল নীলা শিয়াল ৰূপী আছুৰ দুই ছাত্ৰ নেতা

5 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

5 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

6 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

7 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

7 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

8 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

9 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

10 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

11 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

11 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

12 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

12 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাঘৰ ছাল পিন্ধা মেকুৰী! ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল নীলা শিয়াল ৰূপী আছুৰ দুই ছাত্ৰ নেতা

editor by editor
November 22, 2021
in অসম
0
two student leader of aasu have been arrested

two student leader of aasu have been arrested

0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ ভিতৰতে অসমেই এনে এখন ৰাজ্য য’ত পাইকাৰি হাৰত দৈনিক জন্ম হয় নতুন নতুন সংগঠন। তাৰে এনে বহু সংগঠন আছে যিবোৰে কেৱল কাৰোবাক দাবি ধমকি বা ব্লেকমেইলিং কৰি বক্ৰ পথেৰে ধন ঘটাই মূল উদ্দেশ্য। আৰু তেনে বহু সংগঠনৰ কাৰু-কাৰ্যৰ উদাহৰণ সংবাদ মাধ্যৰ জৰিয়তে বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে। কিছুমান সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য জনহিতৰ বাবে ঠিকেই থাকে যদিও সেই সংগঠনৰে অন্তৰ্গত একংশ নেতা-পালিনেতাই কেৱল চল চাই কঠিয়া পৰা স্বাভাৱেৰে নিজৰ স্বাৰ্থ পূৰ্ণৰ লক্ষ্যকেই আগত ৰাখে। তাৰে এটা শেহতীয়া উৎকিষ্ট উদাহৰণ হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপৰ দুই ছাত্ৰ নেতাৰ ওলাই পৰা নীলা শিয়ালৰ চৰিত্ৰ। অভিযোগ অনুসৰি দুই ছাত্ৰ নেতাৰ এগৰাকী হৈছে নামৰূপ আছুৰ  ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু আনগৰাকী হৈছে ডিব্ৰুগড় জিলা আছুৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাই। এই দুই ছাত্ৰ নেতাই যোৱা দেওবাৰে বৰহাটৰ পৰা নামৰূপলৈ মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা ধন দাবী কৰিছিল। দবী কৰা ধন দিবলৈ অমান্তি হোৱাত বাহনসহ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীক পুৱা ১০ বজাৰ পৰা আবেলি প্ৰায় ৩ বজালৈ নামৰূপ আছু কাৰ্যালয়ৰ সন্মুখত আৱদ্ধ কৰি ৰাখিছিল বাহনখন। শেষত মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়। আৰু নামৰূপ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাত  ১৫৩/২১ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে দুই নীলা শিয়াল ৰূপী ছাত্ৰ নেতাক।

Click Here For More Info:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASUaasu protestall assam student unionasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
viral-whatsapp-message-of-characterless-teacher

তিনিটা শব্দত ক’বলৈ গলে, ‘ছাৰৰ চৰিত্ৰটো বেয়া!’

woman married dog

পতিক ডিভোৰ্চ দি প্ৰেমিক কুকুৰৰ সৈতে বিবাহ সম্পন্ন,  দুয়োৰে মাজৰ সম্পৰ্কক লৈ সুখী নৱ বিবাহিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.