• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

9 months ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

38 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

3 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

5 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

6 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

14 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

15 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

editor by editor
October 10, 2025
in জীৱনশৈলী
0
ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভগৱান বিষ্ণুৰ প্ৰিয় মাহ কাতি মাহ৷ এই পবিত্ৰ মাহত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনত অত্যন্ত শুভ সময় আহিব৷ সনাতৰ ধৰ্মত কাতি মাহক ধৰ্মীয় দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ এই মাহত গংগাস্নান, প্ৰদীপ জ্বলোৱা আৰু তুলসী পূজাৰ বিশেষ মাহাত্ম্য আছে৷ ধাৰণা কৰা হয়, এই সময়ত বিষ্ণুৰ আৰাধনা কৰিলে সকলো মনোবাসনা পূৰ্ণ হয় আৰু কৰ্মক্ষেত্ৰত সাফল্য আহে৷

কোন কোন ৰাশিৰ কপাল ফুলিব?

মেষ ৰাশি

এই মাহত পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব আৰু বন্ধুৰ সহযোগিতা পাব৷ ৰৈ থকা কামসমূহ সম্পূৰ্ণ হ’ব৷ ব্যৱসায়ত সফলতা অহাৰ সম্ভাৱনা আছে৷ একাধিক আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ বিষ্ণুদেৱৰ কৃপাত উন্নতিৰ নতুন পথ খুলিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহ খুবেই শুভ৷ নতুন কামত হাত দিলে সাফল্য পাব৷ প্ৰেম জীৱন উন্নত৷ বহু দিনৰ ৰৈ থকা কাম শেষ হব৷ ঘৰত শান্তি বিৰাজ কৰিব আৰু অপ্ৰত্যাশিত মুনাফা লাভ কৰিব পাৰে৷ আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই মাহ ফলদায়ী প্ৰমাণিত হব পাৰে৷ আপোনাৰ ওপৰত ভগৱান বিষ্ণুৰ বিশেষ কৃপা বৰ্তি থাকিব৷ যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁলোকে নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত পিতৃ-মাতৃৰ সহযোগিতা পাব আৰু আপোনাৰ সমস্ত বাধা দূৰ হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে কাতি মাহ নতুন আশাৰ সঞ্চাৰ কৰিব৷ সমগ্ৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ ফল এই মাহত পাব পাৰে৷ প্ৰেমিক বা জীৱনসংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ যি কাম আধাতে ৰৈ আছিল সেয়া সফলভাৱে সম্পন্ন হ’ব৷ বিষ্ণুৰ উপাসনাত বিশেষ ফল লাভ কৰিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহ খুবেই ভাল হ’ব৷ এই মাহত পৰিশ্ৰমৰ ফল পাবলৈ আৰম্ভ কৰিব৷ ব্যৱসায়ীয়ে ভালকৈ ডিল কৰিলে আমদানি বাঢ়িব৷ নতুন বাহন বা ঘৰ ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ স্বাস্থ্যৰ দিশৰ পৰাও এই সময় অনুকূল থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.