• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?

5 months ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

11 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

12 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

13 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

14 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

15 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?

ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?

editor by editor
November 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ভাৰতৰ এক শতাংশ ধনকুবেৰৰ সম্পত্তি আঢ়ৈ দশকত বাঢ়িছে ৬২শতাংশ, ৰিপৰ্ট দাঙি ধৰি কি সমস্যাৰ ইংগিত বুলি কৈছে জি-২০ বিশেষজ্ঞই?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সকলোতকৈ ধনী মুষ্টিমেয় কিছু ব্যক্তিৰ সম্পত্তি বিগত প্ৰায় আঢ়ৈ দশকত ডেৰগুণৰো বেছি বৃদ্ধি পাইছে৷ আন্তৰ্জাতিক গোষ্ঠী জি-২০ৰ সাম্প্ৰতিক এক ৰিপৰ্টত এই তথ্য প্ৰকাশিত হৈছে৷ ৰিপৰ্ট অনুসৰি ২০০০-২০২৩ চনৰ ভিতৰত দেশৰ সকলোতকৈ ধনী ১ শতাংশৰ সম্পত্তি ৬২ শতাংশ বৃদ্ধি পাইছে৷

স্বতন্ত্ৰ অৰ্থনীতিবিদক লৈ তৈয়াৰ হোৱা জি-২০  গোষ্ঠীৰ এক্সট্ৰা অৰ্ডিনাৰি কমিটি অফ ইনডিপেনডেণ্ট এক্সপাৰ্টছ অন গ্লোবেল ইনইকুয়ালিটিয়ে এই ৰিপৰ্ট প্ৰকাশ কৰিছে৷ সেই কমিটিৰ নেতৃত্বত আছে নোবেলজয়ী মাৰ্কিন অৰ্থনীতিবিদ জোছেফ ষ্টিগ্লিটজ৷ ইয়াৰোপৰি কমিটিত আছে জয়তী ঘোষ, উইনি বেনেয়িমা, ইমৰান ভালোদিয়াসহ কেইবাগৰাকীও৷ তেওঁলোকৰ ৰিপৰ্টত বিশ্বৰ ছাৰ্বিক পৰিস্থিতিৰ কথাও উল্লেখ আছে৷ তাত দেখা গৈছে বিগত আঢ়ৈ দশকত বিশ্বত যিমান নতুন সম্পত্তি গঢ়িছে তাৰ ৪১ শতাংশই আছে পৃথিৱীৰ সকলোতকৈ ধনী ১ শতাংশৰ হাতত৷

কমিটিৰ নেতৃত্বত থকা ষ্টিগ্লিটজ ৰিপৰ্টত এই বিশ্বব্যাপী বৈষম্যক লৈ সতৰ্ক দিয়া হৈছে৷ তেওঁৰ মতে এই বৈষম্য জৰুৰী পৰ্যায়ত গৈছে যিয়ে গণতন্ত্ৰ, অৰ্থনৈতিক স্থিতিশীলতা আৰু জলবায়ুগত দিশৰ পৰা উদ্বেগজনক৷ ৰিপৰ্টত লগতে কোৱা হৈছে চীন আৰু ভাৰতৰ দৰে কিছু জনবহুল দেশত জনমূৰি আয় বৃদ্ধি পাইছে৷ ইয়াৰ ফলত আন্তৰ্দেশীয় বৈষম্যক কম দেখুৱাইছে৷
জি-২০ গোষ্ঠীৰ সেই ৰিপৰ্ট অনুসৰি ২০০০-২০২৩ চনৰ ভিতৰত ভাৰতৰ সকলোতকৈ ধনী ১ শতাংশৰ সম্পত্তি ৬২ শতাংশ বৃদ্ধি পাইছে৷ সেই একে ধৰণেই চীনৰ সকলোতকৈ ধনী ১ শতাংশৰ সম্পত্তি প্ৰায় ৫৪ শতাংশ বাঢ়িছে৷ ৰিপৰ্টত কোৱা হৈছে সম্পত্তিৰ ক্ষেত্ৰতো চৰম বৈষম্য কেতিয়াও কাম্য নহয়৷ এই সমস্যা কেৱল ৰাজনৈতিকভাৱেহে সলনি কৰা সম্ভৱ৷ সেই ৰিপৰ্টে লগতে জনাইছে যে ২০২০ চনৰ পৰা বিশ্বব্যাপী দৰিদ্ৰ দূৰীকৰণ মন্থৰ হৈ গৈছে৷ কিছু কিছু এলেকাত প্ৰায় ৰৈ গৈছে দৰিদ্ৰ দূৰীকৰণ৷ কৰোবাত কৰোবাত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ হৈছে৷ অৰ্থনীতিবিদে সেই ৰিপৰ্টত দাবী কৰিছে যে যিসমূহ দেশত আৰ্থিক বৈষম্য বেছি, তাতেই গণতন্ত্ৰৰ অৱক্ষয়ৰ আশংকাও তুলনামূলকভাৱে বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
শনিৰ নক্ষত্ৰত আহিব সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য

প্ৰযুক্তিবিদসকলক ফান্দত পেলাইছে ৰাছিয়া-চীনৰ ছে*** স্পাইয়ে! কেনেকৈ ফান্দত পেলাই টাৰ্গেটক? প্ৰাক্তন এগৰাকী মহিলা গুপ্তচৰৰ ভাইৰেল এক সাক্ষাৎকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন