• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

3 weeks ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

1 minute ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

26 minutes ago
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

58 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

2 hours ago
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

2 hours ago
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

3 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

3 hours ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

14 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

15 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

15 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

16 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

editor by editor
March 10, 2026
in জীৱনশৈলী, বিবিধ
0
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১১ মাৰ্চ ২০২৬ বুধবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ ফাগুনৰ কৃষ্ণা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বজ্ৰ যোগ আৰু সিদ্ধি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ গণপতিৰ আশীৰ্বাদত সৌভাগ্যক নিজৰ কাষত পাব মিথুন ৰাশিৰ জাতকে৷ কোনো আইনি জটিলতা থাকিলে সেয়া দূৰ হব৷ কোনো অসম্পূৰ্ণ ব্যৱসায় কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ ব্যৱসায়ত লাভো বাঢ়িব আপোনাৰ৷ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ পথ প্ৰশস্ত হব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ শত্ৰুৱে আপোনাৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

কন্যা ৰাশি

বুধবাৰ বজ্ৰ যোগৰ প্ৰভাৱত নিজৰ কথাৰে সকলোৰে মন জয় কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ এইদিনটো পৰিয়াল সংক্ৰান্তিয় কোনো কাম ভালকৈ সম্পন্ন কৰিব পাৰিব৷ ঘৰলৈ অতিথি আহিব পাৰে৷ তাৰ বাবে মনত সুখ থাকিব৷ সংগীৰ সৈতে ৰোমাণ্টিক ডিনাৰ কৰিব পাৰে৷ চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি থকাসকলে কোনো ভাল খবৰ পাব পাৰে৷ আৰ্থিক লাভৰ যোগ আছে৷

তুলা ৰাশি

কাইলৈ সিদ্ধি যোগৰ প্ৰভাৱত ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ চাকৰিয়ালে কাইলৈ ডাঙৰ লাভ কৰাৰ আশা আছে৷ কঠোৰ পৰিশ্ৰম কৰি নিজৰ অসম্পূৰ্ণ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব আপুনি৷ ব্যস্ত চিডিওলৰ মাজৰ পৰাও পৰিয়ালৰ বাবে কোৱালিটি সময় ওলিয়াব পাৰে৷ মনত সুখ আৰু শান্তি থাকিব৷ কাইলৈ জীৱনসংগীৰ সহায়ত ব্যৱসায় আৰম্ভ কৰিব পাৰে৷

ধনু ৰাশি

১১ মাৰ্চ জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ থাকিব ধনু ৰাশিৰ ওপৰত৷ সম্পত্তি সংক্ৰান্তিয় কোনো চুক্তি অসম্পূৰ্ণ হৈ থাকিলে কাইলৈ সেয়া সম্পূৰ্ণ কৰিব৷ সামাজিক কামত যুক্ত হোৱাত আপোনাৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব৷ কাইলৈ ঘৰত পাৰ্টিৰো আয়োজন হব পাৰে৷ অন্যলৈ আপুনি সহায়ৰ হাত আগুৱাই দিব পাৰে৷ অন্য কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

সিদ্ধিদাতাৰ আশীৰ্বাদত কাইলৈ সুন্দৰ দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ সুযোগ পাব আপুনি৷ সম্পত্তি লাভ কৰিব পাৰে৷ কাইলৈ ব্যৱসায়িক চুক্তি কৰিলে সেয়া আপোনাৰ বাবে লাভজনক হব৷ সন্তানৰ পঢ়াশুনা বা কেৰিয়াৰত উন্নতি লক্ষ্য কৰা যাব৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ ৰৈ থকা ধন এইসময়ত লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই
বাণিজ্য

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

April 2, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

April 2, 2026
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত
জীৱনশৈলী

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

April 2, 2026
Next Post
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.