• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

7 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

16 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

16 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

17 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

18 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

18 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

19 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

19 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

20 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

20 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

21 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

22 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

editor by editor
August 23, 2025
in জীৱনশৈলী
0
আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ২৫ আগষ্টৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত থাকিব ধন যোগৰ প্ৰভাৱ৷ আগষ্ট মাহৰ শেষ সপ্তাহত গঠিত হব ধন যোগ৷ নতুন সপ্তাহত কন্যা ৰাশিত মঙ্গল আৰু চন্দ্ৰৰ মিলন হব৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত হব ধন যোগ৷ জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ এই যোগ কোন কোন ৰাশিৰ জাতকৰ জীৱনত সম্পদ, সন্মান আৰু সাফল্য আহিব৷ সকলো কামতেই এই সকলো ৰাশিৰ জাতকে সাফল্য লাভ কৰিব৷ জানি থওক ২৫ আগষ্টৰ পৰা ৩২ আগষ্টৰ মাজত ধন যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

আগষ্টৰ শেষ সপ্তাহত একাধিক পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ নতুন সপ্তাহত সকলো কামতেই ভাগ্যক আপুনি কাষত পাব৷ অলপ পৰিশ্ৰমতেই আপুনি বৃহৎ সাফল্য লাভ কৰিব৷ সন্তানৰ বিষয়ে সুখবৰ পাব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত পৰিয়ালৰ প্ৰবীণসকলৰ সাহায্য পাব৷

বৃষ ৰাশি

আগন্তুক সপ্তাহত একাধিক সুখবৰে অপেক্ষা কৰিছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় ভাল৷ ৰাজনীতি আৰু সমাজসেৱাৰ সৈতে যুক্ত ব্যক্তিৰ জনপ্ৰিয়তা বাঢ়িব৷ চৰকাৰী চাকৰিজীৱীয়ে কৰ্মক্ষেত্ৰত সাফল্য পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

কৰ্কট ৰাশি

আগন্তুক সপ্তাহত প্ৰচুৰ এনাৰ্জি আৰু উৎসাহ থাকিব কৰ্কট ৰাশিৰ জাতকৰ মনত৷ যিসমূহ কাম আপুনি বহু দিন ধৰি কৰাৰ চেষ্টা কৰিছে এইবাৰ কৰিব পাৰিব৷ সকলো বিষয়ত পৰিয়াল আৰু বন্ধুক কাষত পাব আপুনি৷ এই সময়ত আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ অফিচত চিনিয়ৰৰ সহায় পাব৷

কন্যা ৰাশি

২৫ আগষ্টৰ পৰা আৰম্ভ হোৱা সপ্তাহত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ এই সময়ত সকলো কামতেই ভাগ্যৰ সহায়তা পাব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো পুৰণি সমস্যাৰ সমাধান পাব পাৰে৷ মানসিক ভাৱে ৰিলেক্সড থাকিব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ প্ৰেম জীৱনো ভালে থাকিব৷

বৃশ্চিক ৰাশি

আগষ্টৰ শেষ সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী হব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সম্ভাৱনাৰ পথ খুলিব৷ যিসকলে পৰ্যটনৰ ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোক বিশেষভাৱে লাভৱান হব৷ কোনোৱে আপোনাৰ পৰা পূৰ্বে ধন ধাৰ লোৱা থাকিলে আগন্তুক সপ্তাহত উভতাই পাব৷ বাজেট অনুসৰি সকলো খৰচ আপুনি বহন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
দেওবাৰেই আয়বৃদ্ধিৰ যোগ! লাভ কৰিব পাৰে নতুন চাকৰি, সু-সময় আহিব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

দেওবাৰেই আয়বৃদ্ধিৰ যোগ! লাভ কৰিব পাৰে নতুন চাকৰি, সু-সময় আহিব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

ছেপ্টেম্বৰতেই খুলিব ভাগ্যৰ দুৱাৰ! গ্ৰহৰ গোচৰত আহিব সমৃদ্ধি, সোনালী সময় আৰম্ভ হ’ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.