• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

2 years ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

24 minutes ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

1 hour ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

3 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

3 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

4 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

4 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

5 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

5 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

5 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

6 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

editor by editor
December 28, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সনাতন ধৰ্মত বিয়াৰ পূৰ্হে কোষ্ঠী মিলোৱাৰ নিয়ম আছে। কোনো এজন লৰা আৰু ছোৱালীৰ মাজত বিবাহ হ’লে দাম্পত্য জীৱন কেনে যাব তাৰ কোষ্ঠী বিচাৰ পূৰ্বেই কৰা হয়। বিবাবৰ বাবে কোষ্ঠী গণনাৰ সময়ত নাড়ী দোষষ ভকূট দোষ, গণ, মেত্ৰী স্বভাৱ বিচাৰ কৰা হয়। পাত্ৰ আৰু পাত্ৰীৰ কোষ্ঠীত নাড়ী বা ভকূট দোষ থাকিলে বিয়াৰ পাছত সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

জ্যোতিষ শাস্ত্ৰমতে পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত নাড়ী দোষ থাকিলে বিয়া নকৰাবলৈকে পৰামৰ্শ দিয়ে। জ্যোতিষ অনুসৰি কোষ্ঠীত নাড়ী দোষ থাকিলে কষ্টৰ জীৱন কটাব। আনকি বিবাহবিচ্ছেদ পৰ্যন্ত হ’ব পাৰে। পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত এই দোষ থকা সত্ত্বেও কোনোৱে যদি বিবাহ বন্ধনত আৱদ্ধ হ’ব খোজে তেন্তে জ্যোতিষ শাস্ত্ৰতেই খণ্ডনৰ উপায়ো উল্লেখ আছে।

কিন্তু এই নাড়ী দোষ কি?
জ্যোতিষ অনুসৰি পাত্ৰ আৰু পাত্ৰী উভয়ৰে একে নাড়ী হ’লেও দোষ লাগে। জ্যোতিষত তিনি ধৰণৰ নাড়ী দোষৰ কথা উল্লেখ আছে। আদি নাড়ী, মধ্য নাড়ী আৰু অন্ত্য নাড়ী।

আদি নাড়ী দোষ কি?
জ্যোতিষ অনযায়ী পাত্ৰ-পাত্ৰীৰ আদি নাড়ী একেই হ’লে দোষ লাগে। ইয়াৰ ফলত সম্পৰ্কৰ শ্ৰেষ্ঠত্ব আৰু গুণত প্রভাৱ পৰে।

মধ্য নাড়ী দোষ
পাত্ৰ-পাত্ৰীৰ মধ্য নাড়ী একে হ’লে এই দোষৰ সৃষ্টি হয়। এই দোষৰ প্ৰভাৱত দাম্পত্য জীৱনৰ ভাৰসাম্য প্রভাৱিত হয়। জ্যোতিষীৰ পৰামৰ্শ অনুসৰি এই দোষৰ পৰা মুক্তিৰ উপায় উলিয়াব পাৰি।

অন্ত্য নাড়ী দোষ

জাতক-জাতিকাৰ অন্ত্য নাড়ী একে হ’লে এই দোষ লাগি থাকে। এই তিনি ধৰণৰ দোষে দাম্পত্য জীৱনক প্ৰভাৱিত কৰে। সেয়ে বিবাহৰ পূৰ্বে কোষ্ঠী মিলিলে বহুতেই নিশ্চিত হৈ সংসাৰ যাত্ৰা আৰম্ভ কৰে।

নাড়ী দোষৰ প্রভাৱ

পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত নাড়ী দোষ থাকিসে তাক নিবাৰণ কৰা উচিত। কাৰণ তেনে নকৰিলে পাত্ৰীৰ পাছলৈ গৰ্ভধাৰণত সমস্যা আহে।
ইয়াৰোপৰি নাড়ী দোষ থকা সত্ত্বেও গৰ্ভধাৰণ কৰিলে ভূমিষ্ঠ সন্তানৰ মাজত কিছু দোষ-ত্ৰুটি থাকি যায়।
নাড়ী দোষ থাকিলে তেনে জাতকে আকস্মিক সমস্যাৰ মুখামুখি হ’ব পাৰে।
এই দোষে দাম্পত্য জীৱনত সকলোসময়তে প্রভাৱ পেলাই। আনকি বিবাহ বিচ্ছেদ পৰ্যন্তও হ’ব পাৰে।
প্ৰচলিত ধাৰণা অনুসৰি নাড়ী দোষৰ কাৰণে পাত্ৰ-পাত্ৰীৰ মাজৰ কাৰোবাৰ মৃত্যুও হ’ব পাৰে।

নাড়ী দোষৰ উপায়
জ্যোতিষ শাস্ত্ৰ অনুসৰি নাড়ী দোষ দূৰ কৰিবলৈ স্বামী-স্ত্ৰী দুয়োৱে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা উচিত।
কোনো বিশিষ্ঠ জ্যোতিষীৰ সৈতে পৰামৰ্শ মানি এই দোষৰ পৰা মুক্ত হ’ব পাৰে।
নাড়ী দোষৰ প্রভাৱ কম কৰাৰ বাবে সোন, অন্ন, ভোজন, গৰু, কাপোৰো দান কৰিলে শুভ।
ব্যক্তিক নিজৰ ওজনৰ সমান অন্ন দান কৰিলেও নাড়ী দোষৰ প্রভাৱ কমে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
Next Post
Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

পৰিশ্ৰমৰ ফল লাভ কৰিলেও শেষ ৰক্ষা হ’বনে? লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.