• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

5 months ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

13 minutes ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

1 hour ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

1 hour ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

2 hours ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

2 hours ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

3 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

4 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

5 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

17 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

18 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

18 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

লিচু উৎপাদনত ভাৰত কিমান নম্বৰত আছে?

editor by editor
June 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া লিচুৰ বতৰ। লিচু হৈছে এছিয়াৰ দেশসমূহত বেছিকৈ খোৱা এবিধ ফল। ইয়াৰ খেতিৰ ক্ষেত্ৰতো এছিয়াৰ দেশসমূহে আগবাঢ়ি আছে। ভাৰত মিঠা আৰু ৰসাল লিচু ইয়াৰ সুকীয়া সোৱাদৰ বাবে জনাজাত। বিহাৰৰ মুজাফ্ফৰপুৰত ইয়াৰ উৎপাদন অধিক হোৱাৰ বাবেই বেছিভাগ ভাৰতীয়ই লিচুৰ খেতিৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ বুলি ধৰি লৈছে। অৱশ্যে এই কথা সঁচা নহয়। লিচি খেতিত ভাৰত নহয়, চীনহে আধিপত্য বিস্তাৰ কৰিছে।

চীনে কিমান লিচুৰ খেতি কৰে?

পৰিসংখ্যা অনুসৰি চীনত প্ৰতি বছৰে ২৫ লাখ মেট্ৰিক টনতকৈ অধিক লিচিৰ খেতি কৰা হয়। ইয়াৰ ফলত ই বিশ্বৰ ভিতৰতে লিচুৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। বিভিন্ন প্ৰদেশত ইয়াৰ খেতি ব্যাপকভাৱে কৰা হয়। বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু জলবায়ু চীনৰ অভিলেখৰ আঁৰত আছে।

চীনে কেনেকৈ আগভাগ লৈছিল… চীনে বছৰ বছৰ ধৰি লিচু খেতিৰ ক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰাখিছে। দ্বিতীয় স্থানত ভাৰত, তাৰ পিছতে আছে ভিয়েটনাম, থাইলেণ্ড, আৰু বাংলাদেশ। চীনৰ আধিপত্যৰ কাৰণ হৈছে ইয়াৰ উপগ্রীষ্মমণ্ডলীয় জলবায়ু, উৰ্বৰ কৃষিভূমি, লিচু খেতিত ব্যৱহৃত আধুনিক কৌশল। চৰকাৰে ঘৰুৱা আৰু বিদেশী চাহিদা পূৰণ কৰিব পৰাকৈ আন্তঃগাঁথনি গঢ়ি তুলিছে।

কিমান দেশে ভাৰতৰ পৰা লিচু কিনিছে? মধ্যপ্ৰাচ্যৰ পৰা ইউৰোপলৈকে বহু দেশত ভাৰতীয় লিচুৰ চাহিদা আছে। আমেৰিকা, ওমান, সংযুক্ত আৰব আমিৰশ্বাহীয়ে ভাৰতীয় লিচুৰ সৰ্বাধিক ক্ৰেতা। কানাডা, নেদাৰলেণ্ড, জাৰ্মানী, যুক্তৰাজ্য, ছিংগাপুৰ, মালয়েছিয়াইও ভাৰতৰ পৰা লিচু ক্ৰয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি
অসম

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

November 25, 2026
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!
অপৰাধ

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

November 25, 2026
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

November 25, 2026
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা
বিবিধ

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

November 25, 2026
Next Post
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ'ব পাৰে জে'ল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.