• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

1 month ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

3 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

3 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

4 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

4 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

5 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

6 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

7 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

8 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

8 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

9 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

আফগানিস্তানত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা! আফগানিস্তানৰ ছুপ্ৰীম লীডাৰৰ কঠোৰ নিৰ্দেশ

editor by editor
June 18, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, লেখা
0
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আফগানিস্তানৰ তালিবান চৰকাৰে নিজৰ সদস্য আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্মাৰ্টফোন ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তালিবানৰ সৰ্বোচ্চ নেতা হিবাতুল্লাহ আখুন্দজাদাৰ মৌখিক নিৰ্দেশৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি, এই নিৰ্দেশ অমান্য কৰা ব্যক্তিক ‘অপৰাধী’ হিচাপে গণ্য কৰা হ’ব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে সামৰিক আদালতৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। কেৱল সেয়াই নহয়, তেনে লোকে চাকৰি হেৰুওৱাৰ লগতে অন্যান্য শাস্তিমূলক ব্যৱস্থাৰো সন্মুখীন হ’ব পাৰে।

কিয় এই নিষেধাজ্ঞা?

তালিবান প্ৰশাসনে দাবী কৰিছে যে সংগঠনৰ ভিতৰত শৃংখলা বজাই ৰখা, নিৰাপত্তা নিশ্চিত কৰা আৰু গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱাটো ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই নিষেধাজ্ঞা কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ বিভিন্ন প্ৰদেশৰ সামৰিক আদালত, আৰক্ষী বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে এই সিদ্ধান্তৰ পিছৰে পৰা বিভিন্ন অঞ্চলত ইয়াৰ প্ৰভাৱো দেখা গৈছে। কিছু তালিবান বিষয়ববীয়া আৰু নিৰাপত্তাৰক্ষীয়ে নিজৰ স্মাৰ্টফোনটো ধ্বংস কৰি পেলোৱাৰ খবৰ ওলাইছে। আনহাতে, বহু চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকলৰ পৰা স্মাৰ্টফোন জমা লোৱাৰ ঘটনাও পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ডিজিটেল প্ৰযুক্তিৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাৰ ক্ষেত্ৰত এয়া তালিবানৰ প্ৰথম পদক্ষেপ নহয়। ইয়াৰ পূৰ্বেও আফগানিস্তানৰ কিছুমান বিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ বাবে স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। লগতে সামাজিক মাধ্যম আৰু ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰতো বিভিন্ন সময়ত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰাৰ চেষ্টা চলাই আহিছে তালিবান প্ৰশাসনে। বিশেষজ্ঞসকলৰ মতে, স্মাৰ্টফোনৰ ওপৰত এই নতুন নিষেধাজ্ঞাই আফগানিস্তানক বিশ্বৰ ডিজিটেল পৰিসৰৰ পৰা আৰু অধিক বিচ্ছিন্ন কৰি তুলিব পাৰে। লগতে তথ্য আদান-প্ৰদান আৰু যোগাযোগ ব্যৱস্থাতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Smart Phone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
Next Post
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ 'মাইলেজ' কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.