• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

2 months ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

35 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

1 hour ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

3 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

4 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

4 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

4 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

5 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

5 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

6 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

6 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

8 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

কোনবোৰ বাহনত মাইলেজৰ এনে সমস্যা হয়?

editor by editor
June 18, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি E20 ইন্ধন বাধ্যতামূলক কৰাৰ পিছত পুৰণি পেট্ৰ’লচালিত বাহনসমূহত বিভিন্ন সমস্যাৰ অভিযোগ বৃদ্ধি পাইছে। এই সন্দৰ্ভত LocalCircles-এ কৰা এক নতুন সমীক্ষাত প্ৰকাশ পাইছে যে ২০২৩ চনৰ আগতে ক্ৰয় কৰা বহু পেট্ৰ’ল বাহনৰ মালিকে মাইলেজ, ইঞ্জিনৰ কাৰ্যক্ষমতা আৰু ৰক্ষণাবেক্ষণ ব্যয় সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে। দেশৰ ৩০২খন জিলাৰ ২২ হাজাৰতকৈও অধিক লোকৰ মাজত চলোৱা এই সমীক্ষাত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

Local Circlesৰ সমীক্ষাই কি কয়?

local Circles-এ চলোৱা ২২ হাজাৰতকৈও অধিক বাহনৰ ওপৰত চলোৱা সমীক্ষাত ৫৬% বাহনৰ মালিকৰ মতামত অনুসৰি E20 ইন্ধন ব্যৱহাৰৰ পিছত তেওঁলোকৰ গাড়ীৰ মাইলেজ বা ইন্ধনৰ দক্ষতা পূৰ্বতকৈ হ্ৰাস পাইছে। ৪৩% লোকে ইঞ্জিনৰ কাৰ্যক্ষমতা সম্পৰ্কীয় সমস্যাৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত ইঞ্জিনৰ শক্তি কমি যোৱা, ইঞ্জিন নকিং আৰু ৰাফ আইডলিঙৰ দৰে সমস্যা অন্তৰ্ভুক্ত। ৩৪% বাহনৰ মালিকে মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপন কৰিছে। ২০% ব্যৱহাৰকাৰীয়ে ফুৱেল ছিষ্টেমৰ বিভিন্ন ত্ৰুটিৰ সন্মুখীন হোৱা বুলিও নিজৰ মত ব্যক্ত কৰিছে। ১৯% বাহনৰ ইঞ্জিন স্বাভাৱিকতকৈ অধিক গৰম হোৱাৰ দৰেও সমস্যা দেখা গৈছে। আন ১৯% লোকে গাড়ীত বিভিন্ন ধৰণৰ মিশ্ৰিত সমস্যাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে।

কোনবোৰ বাহনৰ ক্ষেত্ৰত এই সমস্যাৰ সৃষ্টি হৈছে?

যিবোৰ লোকৰ বাহনৰ ওপৰত এই সমীক্ষা চলোৱা হৈছিল ইয়াৰে ২৬% লোকৰ বাহনত এতিয়ালৈকে কোনো ধৰণৰ সমস্যা অনুভৱ কৰা নাই। আনহাতে, ১৬% লোকৰ গাড়ীত সৰু-সুৰা সমস্যাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও LocalCircles-এ ৪২ হাজাৰতকৈ অধিক পেট্ৰ’ল চালিত বাহনৰ মালিকৰ মাজত এক সমীক্ষা চলাইছিল। সেই সমীক্ষাত ৫২% লোকে ২০২৫ চনৰ আৰম্ভণিৰ পৰা মাইলেজ হ্ৰাস পোৱা আৰু গাড়ী মেৰামতিৰ বাবে ৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈকে অতিৰিক্ত খৰচ বৃদ্ধি হোৱা বুলি জনাইছিল।

E20ৰ পৰা E85লৈ আগবাঢ়িছে চৰকাৰ

ভাৰত চৰকাৰে ১ এপ্ৰিল ২০২৬ৰ পৰা দেশত E20 ইন্ধন বাধ্যতামূলক কৰিছে। ইয়াৰ উপৰিও E22, E25, E27 আৰু E30 ইন্ধনৰ বাবে নতুন মানদণ্ডও জাৰি কৰা হৈছে। সমান্তৰালভাৱে দিল্লীত দেশৰ প্ৰথমটো ফ্লেক্স-ফুৱেল পাম্প মুকলি কৰা হৈছে। চৰকাৰে ভৱিষ্যতে অধিক ইথানল-মিশ্ৰিত ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে। তথাপিও, পুৰণি গাড়ীসমূহত E20 ইন্ধনৰ প্ৰভাৱক লৈ উত্থাপিত এই সমীক্ষাৰ ফলাফলে গাড়ী মালিক, গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান আৰু নীতি-নিৰ্ধাৰকসকলৰ মাজত নতুন বিতৰ্কৰ সূচনা কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24petrol car
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
Next Post
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.