• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

2 years ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

9 minutes ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

31 minutes ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

50 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

1 hour ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

2 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

2 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

3 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

4 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

5 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

5 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

editor by editor
June 19, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ
0
চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা
0
SHARES
516
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুলিত ৰং কৰি কৰি ভাগৰি পৰিছে, ব্যৱহাৰ কৰক চমৎকাৰী আদা

আজিকালি পকা চুলি এটা সাধাৰণ সমস্যা হৈ পৰিছে। চুলি পকাটো কেৱল বৃদ্ধ লোকৰ মাজতে নহয়, শিশু আৰু যুৱক-যুৱতীসকলৰ মাজতো ডাঙৰ চিন্তাৰ বিষয়। কম বয়সতে চুলি পকাটো অতি হতাশাজনক। বহুতে চুলিৰ বাবে দামী সামগ্ৰী আৰু বগা চুলি ক’লা কৰাৰ বাবে প্ৰাকৃতিক উপায়ৰ আশ্ৰয় লয়।

কিন্তু পাকঘৰতে পোৱা এবিধ এনে সামগ্ৰী আছে যাৰ ব্যৱহাৰেৰে অতি সহজে ঘৰতে পকা চুলিৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে। বগা চুলি ক’লা কৰিবলৈ আদাৰ ব্যৱহাৰ কৰিব পাৰে।

আয়ুৰ্বেদত আদা যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে। ই কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, চুলিৰ বাবেও ই অতি উপকাৰী। আদাত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে আপোনাৰ চুলি ক’লা কৰাত সহায় কৰিব পাৰে।

ক’লা চুলিৰ বাবে আদাৰ পেক কিদৰে প্ৰস্তুত কৰিব-
সামগ্ৰী:
– আদা ডাঙৰ টুকুৰা এটা
– ২ চামুচ নাৰিকল তেল
– ১ চামুচ মৌ

বগা চুলি প্ৰাকৃতিকভাৱে ক’লা কৰাৰ পদ্ধতি
১) প্ৰথমে আদাৰ বাকলি গুচাই সৰু সৰুকৈ কাটি লওক।
২) এতিয়া আদাৰ টুকুৰাবোৰ মিক্সাৰত দি পেষ্ট বনাওক।
৩) এই পেষ্টটো এটা পাত্ৰত উলিয়াই তাত নাৰিকল তেল আৰু মৌ দিব।
৪) এই সকলোবোৰ উপাদান ভালদৰে মিহলাই মসৃণ পেষ্ট বনাওক।
৫) এই পেষ্টটো চুলিৰ গুৰিৰ পৰা আগলৈকে ভালদৰে লগাব লাগে।
৬) এইদৰে পেষ্ট লগাই ৩০-৪০ মিনিট ৰাখিব।
৭) পিছত কুহুমীয়া পানী আৰু চেম্পুৰে ধুব।

আদা চুলিৰ পেকৰ উপকাৰিতাৰ আদা চুলিৰ পেকৰ উপকাৰিতাৰ
১) এই আদাৰ চুলিৰ পেকে চুলিক গভীৰভাৱে পুষ্টি প্ৰদান কৰে আৰু চুলি ক’লা কৰাত সহায় কৰে।
২) নাৰিকল তেলে চুলি কোমল কৰে আৰু মৌৱে চুলিৰ উজ্জলতা বৃদ্ধি কৰে।
৩) আদাৰ পেক সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে চুলি পকা সমস্যা ক্ৰমান্বয়ে কমি যায় আৰু চুলি মজবুত আৰু সুস্থ হৈ উঠে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HairHair ProblemHair Problem SolutionHair Therapywhite hair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

March 23, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

March 23, 2026
Next Post
কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.