• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

2 years ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

40 minutes ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

1 hour ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

2 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

3 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

4 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

4 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

5 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

6 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

6 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

editor by editor
June 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, লেখা
0
কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

ঢকুৱাখনা ঘটনাৰ নিত্য নতুন ঘটনাৰ দিশ উন্মোচন। উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ সলনি জাহাংগীৰ বুলি প্ৰমান হোৱাৰ পাছতে থানাত সুনীল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ। কেৱল সুনীল গগৈয়ে নহয়, গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ।

IPC ৰ 120(B)/302/201/34 ধাৰাৰ 48/24 নম্বৰত গোচৰ ৰুজু। যি কোনো সময়তে আটক হ’ব পাৰে পত্নী-পুত্ৰ-ভতিজাক। পাছে অদ্যপি কোনো খা-খবৰ নাই সুনীল গগৈৰ।

প্ৰসংগ আছিল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ হত্যাকাণ্ড। উদ্ধাৰ হোৱা এটা মুণ্ডহীন জ্বলি যোৱা মৃতদেহক লৈ সৃষ্টি চাঞ্চল্য আৰু ৰহস্যৰ। প্ৰথমে সেয়া সুনীল গগৈৰ মৃতদেহ বুলি চৰ্চা হৈছিল কিন্তু এতিয়া সেয়া সুনীল গগৈৰ মৃতদেহ নহয় বুলি প্ৰকাশ পালে DNA পৰীক্ষাৰ ৰিপ’ৰ্টত।

সেয়া সুনীল গগৈৰ সৈতে জল-জীৱন মিছনৰ কাম কৰা ৰাজমিস্ত্ৰী ধুবুৰী ফলিমাৰিৰ জাহাংগীৰ হুছেইনৰ হে। ইপিনে সুনীল ঘৰৰ ওচৰতে লাভ কৰা মৃতদেহৰ অংশৰ কাষত উদ্ধাৰ হৈছিল এটা তাবিজ। জাহাংগীৰ ভাতৃ জাহিদুৰে চিনাক্ত কৰিছিল সেই তাবিজ। তাৰ পাছতে ঘটনাই ললে নাটকীয় মোৰ।

শেহতীয়াকৈ জাহাংগীৰৰ DNA ৰ লগত ভাতৃ জাহিদুৰৰ DNA মিল খোৱাত আৰক্ষী নিশ্চিত হ’ল সেইয়া জাহাংগীৰ হুছেইনেই হয়। লখিমপুৰ আৰক্ষী অধীক্ষকে মঙলবাৰে সংবাদমেল যোগে এই কথা ঘোষণা কৰাৰ সমান্তৰালভাৱে সুনীল গগৈৰ বিৰুদ্ধে ৰুজু কৰিলে এটা গোচৰ। সেই অনুসৰি ঢকুৱাখনা আৰক্ষীৰ এটা দলে নিশাই সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজা জয়ন্ত গগৈৰ নামত দুখনকৈ ন’টিচ জাৰি কৰাৰ লগতে পত্নী পুষ্পা গগৈ আৰু বৃদ্ধ মাতৃকো থানালৈ থানা হাজিৰ হ’ব নিৰ্দেশ দিছিল।

আজি পুৱা দহ বজাৰ ভিতৰত তেওঁলোক ঢকুৱাখনা থানাত হাজিৰ হয়। ইপিনে সন্ধান নাই জল জীৱন মিচনৰ ঠিকাদাৰ সুনীল গগৈৰ। সুনীল গগৈৰ পত্নীৰ প্ৰশ্ন- ‘‘আৰক্ষীয়ে সন্ধান নোপোৱাকৈ সুনীল গগৈয়ে হত্যাকাৰী বুলি কেনেকৈ জানিলে? এতিয়া জীৱিত অথবা মৃত অৱস্থাত সন্ধান লাগে সুনীল গগৈৰ।

আনহাতে সুনীলৰ সন্ধান দিওতালৈ ৫০হাজাৰ টকা ঘোষণা কৰিছে আৰক্ষীয়ে। সুনীল গগৈক ম’ষ্ট ৱাডেণ্ট ঘোষণা লখিমপুৰ আৰক্ষীৰ। উল্লেখ্য যে ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চোমনীত উদ্ধাৰ হৈছিল জ্বলি ছাই হোৱা মৃতদেহ। চিনাক্ত কৰিব নোৱৰাকৈ ঘাতকে জ্বলাই ছাই কৰি দিছিল মৃতদেহটো, লগতে মৃতদেহটোত নাছিল শিৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhokuakhanaDhokuakhana PoliceJahangir Hussainmurder caseSunil Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
Next Post
মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.