• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

11 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

7 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

8 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

10 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

11 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

12 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

13 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

editor by editor
April 23, 2025
in জীৱনশৈলী, ভাৰত
0
পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিলাসবহুল বাহনৰ চখ৷ প্ৰতিসময়তে বিলাসী বাহনেৰেই যাতায়াত কৰে৷ সেই বাহনৰ আগে পিছে যাত্ৰা কৰে তেওঁৰ সশস্ত্ৰ বাহিনীয়ে৷ পাকিস্তান সেনাৰ বহু বিষয়াৰ সৈতে তেওঁৰ আছিল নিয়মিত যোগাযোগ৷ নাম ছৈফুল্লা খালিদ ওৰফে ছইফুল্লা কাছুৰি৷ তদন্তকাৰী সংস্থাৰ পৰা পোৱা খবৰ অনুসৰি মঙ্গলবাৰে পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মুল নায়কেই হৈছে ছৈফুল্লা৷ তেওঁৰ নিৰ্দেশতেই পাঁচ ছয়জন সন্ত্ৰাসবাদীয়ে দুপৰীয়া পহেলগামৰ বৈছৰণ উপত্যকাত নিৰ্বিচাৰে গুলি চলায়৷ সেই ঘটনাত এতিয়া পৰ্যন্ত ২৬ জনৰ মৃত্যুৰ খবৰ স্পষ্ট কৰিছে প্ৰশাসনে৷ আহত হৈছে কেইবাজনো৷

মঙলবাৰৰ এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে দ্যা ৰেজিষ্টেন্স ফ্ৰণ্ট৷ ২০১৯ চনত জম্মু আৰু কাশ্মীৰৰ ৰাজনৈতিক অস্থিৰ পৰিস্থিতিতেই জন্ম হৈছিল এই সন্ত্ৰাসী গোটৰ৷ পাক সন্ত্ৰাসবাদী গোষ্ঠী লস্কৰ ই তৈবাৰ ভগ্নী সংগঠন হিচাপে জনা যায় দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টক৷ সেই গোষ্ঠীৰ সদস্যসকলে আক্ৰমণ চলালেও পৰিকল্পনা আছিল ছইফুল্লাৰ৷ ছইফুল্লা লস্কৰৰ অন্যতম সদস্য তথা মাষ্টাৰমাইণ্ড৷ ইয়াৰোপৰি এই সন্ত্ৰাসবাদী গোষ্ঠীৰ অন্যতম সদস্য তথা ভাৰতত ৱাণ্টেড ঘোষণা কৰা হাফিজ ছইফৰ অতি ঘনিষ্ঠ ছইফুল্লা৷

সূত্ৰৰ খবৰ অনুসৰি পাক সেনাত যথেষ্ট প্ৰভাৱ আছে ছইফুল্লাৰ৷ পহেলগামৰ আক্ৰমণৰ বাবে দুইমাহ পূৰ্বৰে পৰা পাকিস্তানৰ পঞ্জাৱৰ কাঙ্গলপুৰত তেওঁক দেখা গৈছিল৷ তাতেই পাক সেনাৰ এটা ডাঙৰ বেটেলিয়ান আছিল৷ জনা গৈছে সেই বেটেলিয়ানক মনোবল বৃদ্ধি কৰিবলৈকে তালৈ আহ যাহ আছিল ছইফুল্লাৰ৷ ছইফুল্লাৰ বাহন সেনাছাউনীত প্ৰৱেশ কৰোতেও ফুলবৰ্ষণেৰে সম্ভাষণ জনোৱা হৈছিল৷

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি ছইফুল্লাৰ বক্তৃতাত বেছিভাগ বক্তৃতাতেই আছিল ভাৰতবিৰোধী বাৰ্তা৷ ভাৰতীয় সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলোৱাৰ পৰামৰ্শও দিয়া হয়৷ কেৱল সেয়াই নহয়, পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাতো এনে সভাৰ আয়োজন কৰিছিল পাক সেনাই৷ সেই সভাতেই ছইফুল্লাই ভাৰতবিৰোধী বক্তৃতা দিছিল৷ ইয়াৰোপৰি কাশ্মীৰ দখলৰ হুংকাৰো তেওঁ দি অহা শুনা গৈছিল৷ ধাৰণা কৰা হৈছে যে সেই সন্ত্ৰাসী গোষ্ঠীৰ কেইবাগৰাকীক তেওঁৱেই বাছি উলিয়াইছিল পহেলগামৰ আক্ৰমণৰ বাবে৷ তাতেই তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়৷ তাৰ পাছতেই পাক সেনাৰ সহায়তাত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল তেওঁলোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন