• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

3 months ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

30 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

ইয়াৰ কাৰণ কি জানেনে?

editor by editor
July 9, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনত মহৰ উপদ্ৰৱে মানুহৰ জীৱন অতিষ্ঠ কৰি তোলে। কিন্তু আপুনি নিশ্চয় লক্ষ্য কৰিছে—একে ঠাইত একেলগে বহি থকা মানুহৰ মাজতো কিছুমানক মহে অবিৰতভাৱে কামোৰে, আনহাতে কিছুমান মানুৰ কাষলৈ মহ প্ৰায় নাযায়েই। মহক আমাৰ শৰীৰৰ পৰা ওলোৱা কিছুমান জৈৱিক সংকেত, শৰীৰৰ উষ্ণতা আৰু বিশেষ গন্ধে আকৰ্ষণ কৰে।

মহে কেনেকৈ মানুহ বিচাৰি পায়?

মানুহক কেৱল মাইকী মহেই কামোৰে। কিয়নো কণী বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন সিহঁতে মানুহৰ তেজৰ পৰাই লাভ কৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মহে প্ৰায় ১০ মিটাৰ দূৰৰ পৰাই নিজৰ চিকাৰ চিনাক্ত কৰিব পাৰে। মানুহে উশাহ এৰাৰ সময়ত বায়ুত এৰি দিয়া কাৰ্বন ডাইঅক্সাইড (CO₂) মহৰ বাবে আটাইতকৈ ডাঙৰ সংকেত। এই গেছৰ উপস্থিতি অনুভৱ কৰিলেই মহে বুজি পায় যে ওচৰতে কোনো জীৱিত প্ৰাণী আছে। এই কাৰণেই শিশুতকৈ প্ৰাপ্তবয়স্ক মানুহক মহে বেছিকৈ কামোৰে, কিয়নো প্ৰাপ্তবয়স্ক মানুহে অধিক কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। একেদৰে অধিক ওজনৰ ব্যক্তি বা ব্যায়াম কৰা লোকৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া (Metabolism) দ্ৰুত হোৱাৰ বাবে অধিক CO₂, ঘাম আৰু তাপ উৎপন্ন হয়, যাৰ ফলত মহ সিহঁতৰ প্ৰতি অধিক আকৰ্ষিত হয়।

গৰ্ভৱতী মহিলাক কিয় বেছিকৈ কামোৰে?

গৰ্ভাৱস্থাত শৰীৰৰ বিপাকীয় ক্ৰিয়া আৰু শ্বাস-প্ৰশ্বাসৰ গতি বৃদ্ধি পায়। ফলস্বৰূপে শৰীৰে অধিক তাপ উৎপন্ন কৰে আৰু অধিক কাৰ্বন ডাইঅক্সাইড নিৰ্গত কৰে। এই দুয়োটা কাৰণতে গৰ্ভৱতী মহিলাক আন মহিলাতকৈ প্ৰায় দুগুণ বেছিকৈ মহে কামোৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাত শৰীৰটো যেন এক “সৰু ভাটী”ৰ দৰে কাম কৰে, যাৰ বাবে মহে সহজে এনে ব্যক্তিক বিচাৰি পায়।

শৰীৰৰ গন্ধেই নিৰ্ধাৰণ কৰে মহৰ পছন্দ

মহে যেতিয়া মানুহৰ ওচৰ চাপি আহে, তেতিয়া কেৱল কাৰ্বন ডাইঅক্সাইডেই নহয়, শৰীৰ আৰু উশাহৰ পৰা ওলোৱা বিশেষ গন্ধও চিনাক্ত কৰে। আমাৰ ছালত বাস কৰা অণুজীৱসমূহে (Microorganisms) শৰীৰৰ বিভিন্ন জৈৱ পদাৰ্থ ভাঙি বহু ধৰণৰ উৰি যাব পৰা জৈৱিক যৌগ (Volatile Organic Compounds) উৎপন্ন কৰে। এই যৌগসমূহ সহজে বায়ুত বিয়পি পৰে আৰু মহে সেইবোৰ সহজেই অনুভৱ কৰিব পাৰে। বিজ্ঞানীসকলে কৈছে, মানুহৰ ছালৰ পৰা ৫০০তকৈও অধিক ধৰণৰ এনে ৰাসায়নিক যৌগ ওলায়। ইয়াৰ ভিতৰত এমোনিয়া, লেক্টিক এচিড আৰু বিশেষকৈ কাৰ্বক্সিলিক এচিডৰ উপস্থিতি মহৰ বাবে অত্যন্ত আকৰ্ষণীয়।

ছালৰ বেক্টেৰিয়াৰ ভূমিকাও গুৰুত্বপূৰ্ণ

নেদাৰলেণ্ডছৰ ৱাগেনিঙেন বিশ্ববিদ্যালয়ৰ গৱেষণাত দেখা গৈছে যে যিসকল লোকক মেলেৰিয়া বাহক মহে বেছিকৈ কামোৰে, তেওঁলোকৰ ছালত থকা বেক্টেৰিয়াৰ গঠন আন লোকতকৈ পৃথক। এই বেক্টেৰিয়াই শৰীৰৰ বিশেষ গোন্ধ সৃষ্টি কৰাত মুখ্য ভূমিকা পালন কৰে। আচলতে, ছালত বেক্টেৰিয়া নাথাকিলে মানুহৰ ঘামৰ বিশেষ কোনো গোন্ধেই নাথাকিলহেঁতেন।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24mosquito bite
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.