• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

4 years ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

13 minutes ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

49 minutes ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

2 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

2 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

3 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

3 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

4 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

4 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

4 hours ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

4 hours ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে

editor by editor
August 15, 2022
in বিবিধ, বিশ্ব
0
ছমাহ ধৰি নিৰুদ্দেশ হৈ আছিল স্বামী, এয়াৰপৰ্টত প্ৰেমিকৰ সৈতে ধৰিলে পত্নীয়ে
0
SHARES
35.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য দিনাৰ দৰেই ব্যস্ত আছিল বিমান বন্দৰটো৷ বিভিন্ন ঠাইৰ অভিমুখী যাত্ৰীৰে ভিৰ হৈ থকা বিমানবন্দৰটোত হঠাতে এগৰাকী মহিলা কোঁচৰ পৰা কেঁচুৱাটি নমাই চিঞৰি এহাল মানুহৰ পিছ ল’লে৷

সকলো যাত্ৰী মহিলাগৰাকীৰ ফালে ঘূৰি চাওতে দেখা গ’ল মহিলাগৰাকীয়ে এজন লোকৰ সন্মুখত ৰৈ চিঞৰি চিঞৰি সুধিছে, ‘‘আজি ছমাহ ধৰি তুমি ক’ত আছিলা?’’

ঘটনাটো ছিংগাপুৰৰ ছাংগি বিমানবন্দৰত সংঘটিত হৈছিল৷ মহিলাগৰাকীয়ে যিজন লোকক যোৱা ছমাহে ক’ত আছিল বুলি প্ৰশ্ন কৰিছিল তেওঁ লোকজনৰ পত্নী বুলি দাবী কৰে৷

লগতে পঢ়ক শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে

মহিলাগৰাকীয়ে দাবী কৰা মতে তেওঁৰ স্বামীয়ে প্ৰায় ছমাহ দিন ধৰি নিখোজ হৈ আছে৷ যোৱা ছমাহে মহিলাগৰাকীয়ে সন্ধানহীন স্বামীক উন্মাদৰ দৰে বিচাৰি ফুৰিছে৷

অৱশেষত বিমানবন্দৰত স্বামীক বিচাৰি পালেও মহিলাগৰাকীৰ বাবে সেই পলটো সুখকৰ নহ’ল৷ কাৰণ স্বামীক লগ পোৱাৰ সময়ত তেওঁৰ স্বামীৰ সৈতে আছিল প্ৰেমিকা৷

লগতে পঢ়ক আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?

স্বামীক প্ৰেমিকাৰ সৈতে দেখা পাই ক্ৰোধত ফাটি পৰে পত্নী৷ সেই সময়ত মহিলাগৰাকীৰ সৈতে তেওঁৰ সন্তানকেইটিও আছিল৷

এই সমগ্ৰ ঘটনাটো বিমানবন্দৰত উপস্থিত থকা অন্য যাত্ৰীসকলে মোবাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ ইয়াৰ পিছতে এই ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা
অসম

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

April 9, 2026
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

April 9, 2026
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান
অসম

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

April 9, 2026
Next Post
প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

প্ৰাক-স্বাধীন কালৰ ভাৰতৰ জাতীয় পতাকা উদ্ধাৰ, ৯০ বছৰে আৱদ্ধ হৈ আছিল এটা ট্ৰাঙ্কত!

পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

পাৰিবাৰিক সংঘাত! ছমহীয়া সংসাৰ ভাঙি চুৰমাৰ, পুখুৰীত জাঁপ দি আত্মহনন কমল-সুৰভীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.