• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাই প্ৰেছাৰৰ ৰোগী, যদি কিবা ঘটিলে হেতেন তেন্তে মোৰ মানুহজনক কোনে ঘূৰাই দিলেহেতেন, স্বামীৰ ৰুদ্ধশ্বাস দৌৰ দেখি সংকিত অনুপৰ পত্নী

হাই প্ৰেছাৰৰ ৰোগী, যদি কিবা ঘটিলে হেতেন তেন্তে মোৰ মানুহজনক কোনে ঘূৰাই দিলেহেতেন, স্বামীৰ ৰুদ্ধশ্বাস দৌৰ দেখি সংকিত অনুপৰ পত্নী

2 years ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

30 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

2 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

4 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

6 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাই প্ৰেছাৰৰ ৰোগী, যদি কিবা ঘটিলে হেতেন তেন্তে মোৰ মানুহজনক কোনে ঘূৰাই দিলেহেতেন, স্বামীৰ ৰুদ্ধশ্বাস দৌৰ দেখি সংকিত অনুপৰ পত্নী

‘হাই প্ৰেছাৰৰ ৰোগী, যদি কিবা ঘটিলে হেতেন তেন্তে মোৰ মানুহজনক কোনে ঘূৰাই দিলেহেতেন,’ স্বামীৰ ৰুদ্ধশ্বাস দৌৰ দেখি সংকিত অনুপৰ পত্নী

editor by editor
August 21, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
হাই প্ৰেছাৰৰ ৰোগী, যদি কিবা ঘটিলে হেতেন তেন্তে মোৰ মানুহজনক কোনে ঘূৰাই দিলেহেতেন, স্বামীৰ ৰুদ্ধশ্বাস দৌৰ দেখি সংকিত অনুপৰ পত্নী
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰ কাণ্ডত গ্ৰেপ্তাৰ ছিভিক ভলণ্টিয়াৰৰ সৈতে সংযোগ থকাৰ কথা কৈ ASIক তলব CBIৰ৷ মঙলবাৰে দ্বিতীয়বাৰৰ বাবে তলব কৰিছিল ASIক৷ কিন্তু ছল্টলেকৰ ছিজিও কমপ্লেক্সত হাজিৰ হৈ সংবাদমাধ্যমক দেখি দৌৰি পলায় এএছআইয়ে৷ আৰক্ষী বিষয়া অনুপ দত্তক দৌৰী পলোৱাৰ দৃশ্য দেখি পত্নীয়ে মুখ খুলিছে৷ দৌৰী যাওঁতে লিফটৰ মাজত বাগৰি পৰিছিল আৰক্ষী বিষয়া অনুপ৷

এই দৃশ্য দেখি আচৰিত হৈ পৰিছিল সকলো৷ সকলোৱে এই ভিডিঅ’ক লৈ ৰসিকতা কৰি থকাৰ সময়তে তেওঁৰ পত্নীৰ মত, ‘সাধাৰণ মানুহটোক এনেকৈ কিয় অত্যাচাৰ কৰিছে৷ তেওঁ একো বেয়া কাম কৰা নাই৷ কেমেৰা সাংবাদিকে ঘেৰি ধৰাৰ বাবেহে ভয় খাইছে৷’

মঙলবাৰে আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক বিগত পাঁচ দিন ধৰি সোধপোছ কৰি আছে CBIয়ে৷ ধৃত ছিভিক ভলণ্টিয়াৰৰ সৈতে সংযোগ থকা বুলি ASI অনূপকো সোধপোছ চলাই আছে চিবিআইয়ে৷ এইদৰে স্বামীক সোধপোছৰ বাবে মাতি থকাক লৈ চিন্তিত এতিয়া আৰক্ষী পত্নী সন্ধ্যা দত্ত৷ স্বামীয়ে কোনো বেয়া কাম কৰা নাই বুলি দাবী কৰিছে তেওঁৰ পত্নীয়ে৷ সন্ধ্যাই এই সন্দৰ্ভত কয়, ‘তেওঁৰ শৰীৰ ভালে নাই৷ হাইপ্ৰেছাৰ, ছুগাৰৰ সমস্যা আছে৷ মঙলবাৰে নিশা কথা পাতোতে তেওঁক ঔষধ ল’বলৈ মনত পেলাই দিছিলো৷ তেওঁ এনে কোনো বেয়া কাম কৰিব নোৱাৰে৷ তেওঁ কেতিয়াও এনে কামত নিযুক্ত নহয় বুলি মই জানো৷ বিভাগীয় তদন্তৰ স্বাৰ্থতহে তেওঁক মাতি আছে৷ সংবাদ মাধ্যমৰ ভয়ত এনেকৈ দৌৰোতে যদি মানুহজনৰ কিবা হ’লে কি কৰিলোহেতেন? পেনিক এটেক যদি আহিলেহেতেন, তেন্তে মানুহজনক উভতাই দিব পাৰিলেহেতেননে?’

কলকাতা আৰক্ষীৰ চতুৰ্থ বেটেলিয়ানৰ ASI অনুপ কৰ্মসূত্ৰে কলকাতাত থাকে৷ ঘৰ বালুৰঘাটৰ এক অখ্যাত গাওঁত৷ বুধবাৰে পুৱাৰ পৰা তেওঁৰ ঘৰত প্ৰতিবেশীৰ ভিৰ৷ টিভিত অনুপক দৌৰা দেখি অবাক হৈ পৰিছে সকলো৷ তেওঁলোকৰ দাবী, ‘পৰোপকাৰী মানুহ অনুপ৷’ গাওঁৰ কোনো অসুস্থ হৈ কলকাতালৈ গ’লে তেওঁ আৰ জি কৰ হাস্পতালত ভৰ্তী কৰাই দিয়াত বহুতকে সহায় কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

আমি নোৱাৰিলো…! মহানগৰীক বানমুক্ত কৰাৰ দায়িত্ব ল’লে নেদাৰলেণ্ডৰ কোম্পানীয়ে

আমি নোৱাৰিলো...! মহানগৰীক বানমুক্ত কৰাৰ দায়িত্ব ল’লে নেদাৰলেণ্ডৰ কোম্পানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.