• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

4 weeks ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

6 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

7 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

7 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

7 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

8 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

8 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

9 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

10 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

11 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

12 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

12 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ'ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

editor by editor
March 21, 2026
in বাণিজ্য, ভাৰত, লেখা
0
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
0
SHARES
710
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ লগত জড়িত নিয়ম সলনি হ’ব। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ পকেট আৰু দৈনন্দিন লেনদেনত প্ৰত্যক্ষ যথেষ্ঠ প্ৰভাৱ পৰিব। এইচ ডি এফ চি বেংক, পঞ্জাব নেশ্যনেল বেংক (পি এন বি), বন্ধন বেংকৰ দৰে ডাঙৰ বেংকে এ টি এম লেনদেন, ইউ পি আই নগদ ধন উলিওৱা, আৰু চাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম ঘোষণা কৰিছে। এই পৰিৱৰ্তনৰ বাবে গ্ৰাহকে এটিএম ব্যৱহাৰ কৰাৰ সময়ত আৰু অধিক সাৱধান হ’ব লাগিব।

HDFC Bank বেংকে ইউ পি আইৰ জৰিয়তে এ টি এমৰ নগদ ধন উলিওৱা ধন বিনামূলীয়া লেনদেনৰ সীমাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈ গ্ৰাহকৰ বাবে এক বৃহৎ পৰিৱৰ্তন আনিছে। এই নতুন নিয়ম ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ ইউপিআই ব্যৱহাৰ কৰি এটিএমৰ পৰা যিকোনো গ্ৰাহকে ধন উলিয়ালে মাহেকীয়া বিনামূলীয়া লেনদেন হিচাপে গণ্য কৰা হ’ব। পূৰ্বে ইয়াক পৃথক বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ইয়াক সাধাৰণ নগদ ধন উলিওৱাৰ দৰেই গণ্য কৰা হ’ব। যদি কোনো গ্ৰাহকে নিৰ্ধাৰিত বিনামূলীয়া সীমা অতিক্ৰম কৰে, তেন্তে তেওঁলোকৰ পৰা প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে ২৩ টকা আৰু প্ৰযোজ্য কৰ লোৱা হ’ব।

PNB: কেইবাখনো ডেবিট কাৰ্ডত উলিওৱাৰ সীমা হ্ৰাস

Punjab National Bank এ কিছু ডেবিট কাৰ্ডত দৈনিক এটিএমৰ পৰা পইচা উলিওৱাৰ সীমা হ্ৰাস কৰিছে। এই পৰিৱৰ্তন ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰাও কাৰ্যকৰী হ’ব। কিছুমান কাৰ্ডৰ বাবে দৈনিক ধন উলিওৱাৰ সীমা যেনে ৰুপে RuPay NCMC Platinum Domestic Debit card, RuPay NCMC Platinum International Debit card, RuPay Women Power Platinum Debit card, RuPay PNB Palaash Debit card- Recycled PVC Debit card, RuPay Business Platinum NCMC Debit card, MasterCard Platinum Debit card, Gold Debit card আৰু PNB MasterCard Platinum Rise ৰ দৈনিক সীমা ১,০০,০০০ টকাৰ পৰা ৫০,০০০ টকালৈ হ্ৰাস কৰা হৈছে।

একে সময়তে RuPay Select Debit card, PNB RuPay Select Neo, PNB RuPay Select Excel, VISA Signature Debit card আৰু MasterCard Business Debit card ৰ বাবে এই সীমা ১,৫০,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈ হ্ৰাস কৰা হৈছে।

Bandhan Bank: বিনামূলীয়া এটিএম লেনদেনৰ সীমা সলনি

বন্ধন বেংকেও গ্ৰাহকৰ বাবে এটিএম লেনদেনৰ নিয়ম সলনি কৰিছে। নতুন নিয়ম অনুসৰি গ্ৰাহকে তেওঁলোকৰ বেংকৰ এটিএমত প্ৰতিমাহে পাঁচটা বিনামূলীয়া বিত্তীয় লেনদেন আৰু সীমাহীন অবিত্তীয় লেনদেন কৰিব পাৰিব।
কিন্তু মেট্ৰ’ চহৰত এই সীমা অন্য বেংকৰ এটিএম ব্যৱহাৰ কৰাৰ সময়ত প্ৰতিমাহে তিনিটা বিনামূলীয়া লেনদেনত সীমাবদ্ধ থাকিব, য’ত বিত্তীয় আৰু অবিত্তীয় দুয়োটা লেনদেন অন্তৰ্ভুক্ত হ’ব।

বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিটো বিত্তীয় লেনদেনৰ বাবে ২৩ টকা আৰু প্ৰতিটো অবিত্তীয় লেনদেনৰ বাবে ১০ টকা মাচুল আৰোপ কৰা হ’ব। তদুপৰি একাউণ্টত বেলেঞ্চ অপৰ্যাপ্ত হোৱাৰ বাবে কোনো লেনদেন বিফল হ’লে ২৫ টকা চাৰ্জ আৰোপ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.