• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

3 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

1 hour ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

2 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

4 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

4 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

4 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

5 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

23 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

23 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

1 day ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

1 day ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

editor by editor
August 10, 2022
in জীৱনশৈলী, বিবিধ
0
একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি বিলাসী জীৱন ধাৰণৰ চখ থকা এগৰাকী মডেলে অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ যুৱতীগৰাকীয়ে এগৰাকী বা দুগৰাকী নহয় ১৮ গৰাকীকৈ প্ৰেমিকৰ সৈতে একেলগে হাই ভল্টেজ নাটক কৰি অৱশেষত ধৰা পৰিছে৷ কেৱল সিমানেই নহয়, প্ৰেমিকসকলৰ পৰা ২.৩ কোটি টকা আত্মসাৎ কৰি ৰঙাঘৰৰ আহলী হৈছে৷

ঘটনা প্ৰতিবেশী দেশ চীনৰ৷ চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উয়ু নামৰ পেছাদাৰী মহিলাগৰাকীয়ে এই প্ৰৱঞ্চনাৰ জাল পেলাই আহিছিল৷ অভিযোগ অনুসৰি পেছাদাৰী মডেল উয়ুহে ২০১৭ চনৰ পৰা বিভিন্ন পুৰুষ তথা যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰে৷

প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতে যৌন সম্পৰ্ক স্থাপন কৰি তাৰ ফ’টো আদিও ৰাখে৷ ইয়াৰ মাজতে বিভিন্নজনক বিবাহৰ প্ৰতিশ্ৰতিও প্ৰদান কৰি আহিছিল৷ অৱশ্যে সেই ফ’টোৰে উয়ুহে কোনো ব্লেকমেইলিং নকৰিলেও প্ৰেমিকসকলৰ পৰা বিভিন্ন অজুহাতত ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি আহিছিল৷

 

লগতে পঢ়ক ‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মডেল উয়ুহে পিতৃৰ কৰ্কট ৰোগৰ চিকিৎসা, ভাতৃৰ ঘৰ ক্ৰয়, আত্মীয় জামিন আদি বিভিন্ন কাৰণত প্ৰেমিকসকলৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল৷ ইয়াৰে একাংশই উয়ুৱে লোৱা ঋণ নিষ্পত্তি কৰি দিছিল৷

শেহতীয়াকৈ উয়ুহে এজন লোকক প্ৰেমিক হিচাপে এইদৰে ব্যৱহাৰ কৰিবলৈ গৈ বিপদ পৰে৷ লোকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উয়ুহে বহু পৰিমাণৰ ধন সংগ্ৰহ কৰে৷ লোকজনে উয়ুৰ পৰা ধন উভতাই বিচাৰিবলৈ ধৰে৷ উক্ত ধনখিনি উভতাই দিবলৈ উয়ুহে অন্য এজন প্ৰেমিকক আব্দাৰ কৰে আৰু তেওঁ ধনখিনি আদায় দিবলৈ সন্মত হয়৷

সেই ধনখিনি দিবলৈ যাওঁতে উৰহীৰ গছৰ ওৰ ওলাল৷ তেতিয়াহে দুয়োজন লোকে অনুভৱ কৰিলে যে উয়ুহে তেওঁলোকক দুয়োকে প্ৰতাৰণা কৰি আহিছে৷

 

লগতে পঢ়ক ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

ইয়াৰ পিছতে তেওঁলোক আৰক্ষীৰ দ্বাৰস্থ হয় আৰু আৰক্ষীয়ে মডেল উয়ুক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহে৷ উয়ুহে কেৱল ১৮ গৰাকী প্ৰেমিকক প্ৰতাৰণা কৰি ২.৩ কোটি টকা আত্মসাৎ কৰাই নহয় ২০১৪ চনত ৱুৱে জেং নামৰ এজন লোকৰ সৈতে আইনগতভাৱে বিবাহপাশত আৱদ্ধ হৈছিল৷ জেং আৰু উয়ুৰ দুয়োৰে সন্তানো আছে৷

এইদৰেই একেলগে ১৮ প্ৰেমিকেৰে প্ৰতাৰণাৰ হাই ভল্টেজ নাটক কৰি ২.৩ কোটি টকা আত্মসাৎ কৰাৰ পিছতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হ’ল ২৯ বছৰীয়া পেছাদাৰী মডেল উয়ু৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrelationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

January 17, 2026
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

January 17, 2026
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East
জীৱনশৈলী

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

January 17, 2026
Next Post
যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.