• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটিপতি হোৱাৰ দুখ…! কোটিপতি হৈ চৰম বিপদত যুৱতী, ঘটনা জানিলে দুচকু ভৰি উঠিব আপোনাৰো

কোটিপতি হোৱাৰ দুখ…! কোটিপতি হৈ চৰম বিপদত যুৱতী, ঘটনা জানিলে দুচকু ভৰি উঠিব আপোনাৰো

2 years ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

21 minutes ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

1 hour ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

2 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

3 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

3 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

4 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

4 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

17 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

18 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

19 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

19 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোটিপতি হোৱাৰ দুখ…! কোটিপতি হৈ চৰম বিপদত যুৱতী, ঘটনা জানিলে দুচকু ভৰি উঠিব আপোনাৰো

কোটিপতি হোৱাৰ দুখ...! কোটিপতি হৈ চৰম বিপদত যুৱতী, ঘটনা জানিলে দুচকু ভৰি উঠিব আপোনাৰো

editor by editor
October 4, 2024 - Updated on October 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কোটিপতি হোৱাৰ দুখ…! কোটিপতি হৈ চৰম বিপদত যুৱতী, ঘটনা জানিলে দুচকু ভৰি উঠিব আপোনাৰো
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনী হোৱাৰ ইচ্ছা কাৰ নাথাকে? আমি নিজৰ সপোন পূৰণৰ ইচ্ছাৰ বাবেই ধনী হ’ব খোজো৷ বিশেষকৈ এই টকা যদি কম সময়তে কম কষ্টেৰে আহে তেন্তে তাতকৈ সুখৰ বিষয়নো কি থাকিব পাৰে? এগৰাকী যুৱতীৰ সৈতে তেনে ঘটনাই ঘটিছে৷ কম সময়তে কম পৰিশ্ৰমতেই তেওঁ কোটিপতি হৈছে৷ কিন্তু কোটিপতি হোৱাৰ সপোন পূৰণ হ’লেও তেঁও এতিয়া খুবেই ডিপ্ৰেছনত ভূগিছে৷ কোটিপতি হৈয়ো কিয় ইমান দুখত পৰিছে যুৱতীগৰাকী?

যুৱতীগৰাকীৰ দাবী, মানুহে যি সম্পদৰ সপোন দেখে বাস্তৱত যেনেকৈ টকাৰ পাহাৰ গঢ়াৰ সপোন দেখে সেই সপোনেই তেওঁৰ বাবে দুখৰ কাৰণ হৈ পৰিছে৷ এই কোটিপতি হোৱাৰ বাস্তৱেই তেওঁৰ জীৱন ধ্বংস কৰিছে৷ তেওঁ কয়, ‘এনে জীৱন মোৰ দৰকাৰ নাছিল৷ পুৰণি জীৱনযাত্ৰাৰ কথাবোৰে মোক বৰকৈ আমনি কৰিছে৷’

ডেইলী ষ্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে মহিলাৰ ভাগ্যই তেওঁৰ বাবে এতিয়া দুঃস্বপ্ন হৈ থিয় দিছে৷ তেওঁ পৰীৰ দৰে জীয়াব খুজিছিল কিন্তু এই সপোনেই তেওঁৰ বাবে দুখৰ কাৰণ হৈ উঠিছে৷ ৰেডিটত যুৱতীগৰাকীয়ে কোটিপতি হোৱাৰ দুখৰ কাৰণসমূহ বাখ্যা কৰিছে৷ তেওঁ লিখিছে, কিছুদিন পূৰ্বে তেওঁ লটাৰীৰ টিকট কিনিছিল৷ আনকি লটাৰী কিনাৰ কথা তেওঁ পাহৰিও পেলাইছিল৷ তাৰপাছতেই এদিন হঠাৎ টিভিত দেখে যে তেওঁ লটাৰী লাভ কৰিছে৷ একেলগে তেওঁ চাৰি লাখ পঞ্চাছ হাজাৰ পাউণ্ড জয় কৰিছে৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৫কোটি টকা৷

ইমান বিপুল পৰিমাণৰ টকা বেংক একাউণ্টত অহাৰ লগে লগেই তেওং ধাৰণা হৈছিল বিশ্বই যেন তেওঁৰ বিৰুদ্ধাচৰণ কৰিছে৷ আনকি নিজৰ পিতৃ-মাতৃ, ভাতৃ ভগ্নী আৰু প্ৰেমিকেও তেওঁৰ পৰা আঁতৰি গৈছে৷ টকাৰ বাদে তেওঁৰ আন কাৰো সৈতে একো সম্পৰ্ক নাই৷ পৰিয়ালৰ কাষৰ মানুহবোৰেও তেওঁক চিনি নোপোৱাৰ ভাও ধৰিছে৷ ধনেৰে সকলো জয় কৰিব নোৱাৰি৷ লটাৰী জিকাৰ পাছত তেওঁৰ প্ৰেমিকে চাকৰি এৰি দিয়ে৷ ব্যৱসায়ৰ বাবে ধন বিচাৰে৷ কিন্তু ধন সময়মতে দিব নোৱাৰাত প্ৰেমিকেও তেওঁৰ সংগ ত্যাগ কৰে৷

এয়াই শেষ নহয়৷ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়েও তেওঁৰ পৰা ধন বিচাৰিহে সম্পৰ্ক ৰখা আৰম্ভ কৰে৷ ধন নিদিলেও তেওঁক বেয়া ব্যৱহাৰ কৰা হ’ল৷ ভায়েক ভনীয়েকৰ ক্ষেত্ৰতো একেই৷ যুৱতীগৰাকীৰ মতে লটাৰীৰ টকা জিকাৰ পাছতেই তেওঁৰ সৈতে বেংক যেন আচৰণ কৰা হৈছে আপোন বুলি ভৱা সকলোৱেই৷ এনেকৈ বিপুল সম্পদৰগৰাকী হোৱাতকৈ জীৱনত দুখীয়া হৈ থকাই ভাল বুলি জনাইছে যুৱতীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!
বিনোদন

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

May 24, 2026
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

May 24, 2026
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

May 24, 2026
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
Next Post
প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

শক্তি বাঢ়িল ভাৰতীয় বায়ুসেনাৰ, ভাৰতলৈ আহিল ৰাছিয়াৰ S-400 মিছাইল চিষ্টেম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.