• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

4 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

19 minutes ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

35 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

52 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

1 hour ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

3 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

7 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

editor by editor
May 23, 2022
in বিবিধ, বিশ্ব
0
সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ৱে দৰ্শনাৰ্থীৰ বুকু কঁপাই তুলিছে৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে চিৰিয়াখানাৰ পিঞ্জৰাত আৱদ্ধ এটা সিংহক এজন যুৱকে হাতেৰে মুখমণ্ডলত চুই ধেমালি কৰি আছিল৷ তেনে হঠাতে সিংহটোৱে যুৱকজনৰ আঙুলিত কামুৰি টানিবলৈ ধৰে৷ সিংহৰ আক্ৰমণৰ পৰা যুৱকজনে নিজৰ আঙুলিটো বচাবলৈ টনা আজুৰা কৰা দেখা গৈছে৷ আৰু এটা সময়ত সিংহটোৱে আঙুলিটো এৰি দিয়াত যুৱকজনে কৰ্ফাল খাই পৰিছে৷

এই ভিডিঅ’টোত কেৰেবিয়ান দ্বীপ জামাইকাৰ৷ জামাইকা চিৰিয়াখানাৰ কৰ্মচাৰীয়ে দৰ্শনাৰ্থীৰ আগত সিংহৰ সৈতে ধেমালি কৰি নিজকে জাহিৰ কৰিবলৈ চেষ্টা কৰি আছিল৷ তেনেকৈয়ে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়৷

চিৰিয়াখানা পৰিচাৰকজনে প্ৰায় ১৫ গৰাকী দৰ্শনাৰ্থীৰ সন্মুখত মেকুৰীৰ লগত খেলা কৰাৰ দৰে প্ৰকাণ্ড সিংহটোৰ সৈতে খেলা কৰি আছিল৷

লগতে পঢ়ক অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

এগৰাকী দৰ্শনাৰ্থী মহিলাই প্ৰকাশ কৰা মতে প্ৰথমে পৰিচাৰক যুৱকজনে সিংহটোৰ সৈতে টনা আজোৰা কৰি থকা দেখি তেওঁলোকে ধেমালি কৰি থকা বুলি ভাবিছিল৷

মহিলাগৰাকীয়ে কয়, ‘‘মই ভাবিছিলো যে তেওঁ ধেমালি কৰি আছে, সেয়ে মই ইয়াৰ গুৰুত্ব উপলব্ধি কৰা নাছিলো, কাৰণ আমাক চিৰিয়াখানাখন দৰ্শন কৰোৱাটো তেওঁলোকৰ কাম।”

মাটিত কৰ্ফাল খাই পৰিলতহে দৰ্শনাৰ্থীসকলে পৰিচাৰকজনে ধেমালি কৰা নাই বুলি উপলব্ধি কৰি সেয়া গুৰুতৰ ঘটনা বুলি অনুভৱ কৰে৷ মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে পৰিচাৰকজনৰ এটা আঙুলিৰ প্ৰথম গাঁঠিটোৰ পৰা এটা অংশ কামুৰি ছিঙি এৰুৱাই নিয়ে৷

Never seen such stupidity before in my life. pic.twitter.com/g95iFFgHkP

— Mo-Mo💙 (@Morris_Monye) May 22, 2022

লগতে পঢ়ক সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

এতিয়া এই ঘটনাই চিৰিয়াখানাত কৰ্মচাৰীসকলৰ ব্যৱহাৰৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে৷ ইয়াৰ পিছতে জামাইকা চিৰিয়াখানাই ঘটনা সন্দৰ্ভত ভিন্ন মত প্ৰকাশ কৰিছে। জামাইকা অবজাৰ্ভাৰৰ বাতৰি অনুসৰি জামাইকা ছ’চাইটি ফৰ দ্য প্ৰিভেনচনেল অৱ ক্ৰুৱেল্টি টু এনিমেলছৰ পৰিচালন সঞ্চালিকা পামেলা লছনে এই কাণ্ডৰ তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

জামাইকা চিৰিয়াখানাই এক বিবৃতিত আশ্বাস দিয়ে যে চিৰিয়াখানাখন মানুহ আৰু জীৱ-জন্তু উভয়ৰে বাবে থাকিবলৈ এক নিৰাপদ স্থান। এটা ব্যাখ্যাত কোৱা ভিডিঅ’টোত থকা যুৱকজন আচলতে জামাইকা চিৰিয়াখানাটোৰ এজন ‘ঠিকাদাৰ’হে বুলি কোৱা হৈছে।

এই কাণ্ডক ‘ট্ৰজিক’ বুলি অভিহিত কৰি বিবৃতিটোত কোৱা হৈছে যে এই ক্লিপটোৱে সকলো সময়তে মানি চলিবলগীয়া সুৰক্ষা পদ্ধতি আৰু নীতিসমূহক প্ৰতিনিধিত্ব নকৰে।

লগতে পঢ়ক ‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

চিৰিয়াখানাখনে লগতে কয় যে, “এইটো এটা দুৰ্ভাগ্যজনক ঘটনা, যিটো কেতিয়াও সংঘটিত হ’ব নালাগিছিল, আৰু আমি— জামাইকা চিৰিয়াখানাৰ পৰিয়ালে আক্ৰান্ত লোকজনক সহায়ৰ বাবে কৰিবলৈ সকলো কৰি আছো।”

ইফালে ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি এজন লোকে লিখিছে, ‘‘জীৱন এনে মুৰ্খামি কেতিয়াও দেখা নাছিলো৷’’ লক্ষাধিক লোকে দৰ্শন কৰা টুইটটোত অসংখ্য লোকে কমেন্টো কৰা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJamaica Zooviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.