• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

3 years ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

5 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

6 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

8 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

10 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

11 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

12 hours ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

12 hours ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

1 day ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

1 day ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

1 day ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

editor by editor
April 8, 2023
in অসম, ফেশ্বন
0
অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেশ্বন আৰু গ্লেমাৰৰ জগতত গৌৰৱোজ্জল ১০ টা বছৰ। এই দহবছৰীয়া যাত্ৰাক উদযাপনৰ বাবে গুৱাহাটীস্থিত সংযুক্তা ষ্টুডিঅ’ত আয়োজন কৰা বিশেষ অনুষ্ঠানত বলীউডৰ শিল্পীকে ধৰি অসমৰ বহুকেইগৰাকী শিল্পীও উপস্থিত হৈছে।

অসমৰ ৰেচমী শিল্প বিশ্বৰ বিভিন্ন কোণলৈ প্ৰসাৰ কৰাৰ বাবেই বৰ্তমানৰ ডিজাইনাৰসকলৰ ভিতৰত অন্যতম হৈছে সংযুক্তা দত্ত। সংযুক্তা দত্তই অসমীয়া পাট-মুগাৰ চাদৰ মেখেলাত নিজা ডিজাইন দি দেশ-বিদেশৰ মডেলৰ দ্বাৰা অসমীয়া হস্ততাঁত শিল্পক তুলি ধৰিছে। হেৰাই যাব ধৰা অসমীয়াৰ ৰেচমী শিল্পক পুনৰুদ্ধাৰত সংযুক্তা দত্তৰ বিশেষ ভুমিকা আছে। আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংযুক্তা দত্তৰ বিশেষ সপোনটোৱে পোখা মেলিছিল ‘সংযুুক্তা ষ্টুডিঅ’ৰ পৰা। তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টিও কাঢ়িছে। ১০ বছৰীয়া বৰ্ষপূৰ্তিত সংযুক্তা ষ্টুডিঅ’ত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। সেই অনুষ্ঠানত ভাগ ল’বৰ বাবেই মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি বলীউড অভিনেত্ৰী সংগীতা বিজলানীও। সংযুক্তাৰ এই যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউড অভিনেত্ৰী সংগীতা বিজলানীয়েকয় যে, সংযুক্তা বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰো উৎস।

সংযুক্তাই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূৰ্বে তেওঁ আছিল এগৰাকী ইঞ্জিনীয়াৰ বা অভিযন্তা। ইঞ্জিনীয়াৰিঙৰ ক্ষেত্ৰখনৰ পৰা ডিজানিঙৰ ক্ষেত্ৰলৈ এই যাত্ৰা ইমান সহজো নহয়। সংযুক্তাই বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্ৰিণ্টৰ সংমিশ্ৰণত কাপোৰত ডিজাইন দিয়ে। তেওঁ ডিজাইনিঙৰ বাবে বাছি লয় অসমৰ ৰেচমী কাপোৰক। মেখেলা-চাদৰতেই বিশেষকৈ তেওঁ ডিজাইন দিবলৈ আৰম্ভ কৰে। সংযুক্তাই তাৰপিছত আৰু পিছুৱাই আহিব লগা হোৱা নাই। তেওঁ ডিজাইন কৰা চাদৰ-মেখেলাই সকলোৰে সমাদৰ লাভ কৰিবলৈ ল’লে। তেৱেঁই প্ৰথমগৰাকী অসমীয়া ডিজাইনাৰ যিয়ে Lakme Fashion Week অসমৰ ৰেচমী শিল্পক তুলি ধৰে। কেৱল ভাৰততেই নহয় বহু ফেশ্বন উইকত তেওঁ অংশগ্ৰহণ কৰিছে। বিশেষকৈ FDCI, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তাই নিউৱৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰিছে।

নিউৱৰ্ক ফেশ্বন উইক ডিজাইনাৰসকলৰ বাবে এনে এক প্লেটফৰ্ম য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা ডিজাইনাৰসকল আহি উপস্থিত হয়। তেওঁলোকে নিজা ডিজাইনসমূহ তুলি ধৰে। সেই ফেশ্বন উইকতেই বহুতেই সংযুক্তাই ডিজাইন কৰা কাপোৰৰ প্ৰশংসাও কৰিছে। ইয়াৰোপৰি দেশ বিদেশৰ বহুকেইখন বাতৰি কাকত, মেগাজিনতো সংযুক্তাৰ ডিজাইনৰ চৰ্চা চলিছিল।

উল্লেখ্য যে সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো। সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধিয়েই ৰেড কাৰ্পেটত খোজ দিছিল কেইবাগৰাকীও জনপ্ৰিয় মডেলে। শেহতীয়াকৈ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত পেৰিছ ফেশ্বন উইকতো জিলিকি উঠিছিল সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা-চাদৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা
অসম

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

November 8, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
Next Post
বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…

বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত...

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.