জনপ্ৰিয় গীত ‘ৰাঞ্জনা’ৰ কণ্ঠশিল্পী এঞ্জেল ৰায়। এঞ্জেল কণ্ঠশিল্পী, অভিনেত্ৰী, লগতে মডেলো। এঞ্জেলৰ সংগীত জগতৰ বহু নজনা কাহিনী আজি ‘সুৰৰ পানচৈ’ত। ‘অসম লাইভ ২৪’ৰ সৈতে এঞ্জেল ৰায়ৰ সাক্ষাৎকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ