উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত। গোসাঁইগাঁও বিধানসভা সমষ্টিত জুৱেল টুডু, হেলেন মুৰ্মু, মেংগত টুডু আৰু মমেনুৰ ইছলাম। ভৱানীপুৰ বিধানসভা সমষ্টিত ড০ মঞ্জুশ্ৰী পাঠক, ডিপুল পাটগিৰী, অমলেশ তালুকদাৰ, বিৰাজ কুমাৰ চৌধুৰী, নাৰায়ণ কাকতি, শৈলেন্দ্ৰ নাথ দাস, শ্বৰিফা ৰহমান, চৌকত আলী আহমেদ, দীপ বায়ন, মুস্তাক গোলাম ওছমানি, কাজি মতিউৰ ৰহমান। তামুলপুৰ বিধানসভা সমষ্টিত বাবুল বড়ো, ভাস্কৰ দাহাল, চাজিয়া বেগম আৰু সত্যনাথ কলিতা। মাজুলী বিধানসভা সমষ্টিত দেবেশ্বৰ কামান, ঘনকান্ত কুলি, বিষ্ণু কমল পায়েং, বাবুল ৰেগন, চাৰু কমল টিমুং, শোভন দলে, সুৰভি বসুমতাৰী বাৰিক, কমল লক্ষী পায়েং, দিলীপ পাটিৰ, জীৱন দলে, মুকুল দলে, কালিৰাম কুলি আৰু কামেশ্বৰ পায়েং। মৰিয়নি বিধানসভা সমষ্টিৰ মামণি ৰাজকুমাৰী, ৰাজলক্ষী কোঁৱৰ, কৃষ্ণ গগৈ, অনন্তজ্যোতি ভট্টাচাৰ্জি, লোহিত কোঁৱৰ হেমন্ত বুঢ়াগোহাঁই, ৰাতুল কুৰ্মী, পুতুল বুঢ়াগোহাঁই, বাবুল বৰ্থা আৰু সুৰেন তাঁতী। আনহাতে থাওৰা বিধানসভা সমষ্টিত সমীৰ লোধি, চন্দনজ্যোতি ফুকন, অজয় কুমাৰ গগৈ, মনোৰঞ্জন কোঁৱৰ আৰু শ্ৰীমতী নিভা কোঁৱৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ