অসম লাইভ২৪ঃ
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ একাংশৰ ল’ৰা-ধেমালি
ভূগোল বিষয়ৰ প্ৰশ্নকাকত মিছাকৈয়ে সম্পাদনা কৰি ফাদিল দুষ্টচক্ৰৰ
২০ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা ভূগোল বিষয়ৰ পৰীক্ষা
পৰীক্ষাৰ এদিন পূৰ্বে ভাইৰেল কৰিছে ভুলকৈ সম্পাদিত প্ৰশ্নকাকত
সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে স্পষ্টীকৰণ ছেবাৰ
২০২১ বৰ্ষৰ প্ৰশ্নকাকত ২০২৩ বৰ্ষৰ বুলি প্ৰচাৰ কৰিছিল দুষ্ট চক্ৰই
ভূগোলৰ ভুৱা প্ৰশ্নকাকত প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ
ভুৱা প্ৰশ্নকাকত প্ৰচাৰ কৰোতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব আৰক্ষীয়ে
আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
পুৱা ম’বাইলে ম’বাইলে প্ৰচাৰ হৈছিল ভূগোল বিষয়ৰ প্ৰশ্নকাকত
প্ৰশ্নকাকতখন ভুৱা বুলি নিশ্চিত কৰিছিল ছেবা কৰ্তৃপক্ষই
সূচী অনুসৰিয়েই ২০ মাৰ্চত অনুষ্ঠিত হ’ব ভূগোল বিষয়ৰ পৰীক্ষা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ