পলাশবাৰীত অগপৰ কমলা কলিতাৰ নতুন পন্থা। কংগ্ৰেছী নৱ তালুকদাৰৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা। নৱ তালুকদাৰৰ ঘনিষ্ঠৰ দুৱাৰে দুৱাৰে কমলা।