• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

2 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

23 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

23 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

24 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

1 day ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

1 day ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

1 day ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

1 day ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

2 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

2 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

2 days ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

2 days ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?

editor by editor
May 15, 2023
in প্ৰযুক্তি, বিশ্ব
0
ফোনত ৫জি, অথচ ইণ্টাৰনেট ধীৰ গতিত চলিছে! নেটৱৰ্কৰ গতি কেনেকৈ বঢ়াব?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত ৫জি পৰিসেৱা আৰম্ভ হৈছে৷ বহুতেই ৫ জি ফোনো ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে৷ মূলত ইণ্টাৰনেট স্পীড বঢ়োৱাই এই সেৱাৰ মূল উদ্দেশ্য৷ কিন্তু ৫জি পৰিসেৱা পায়ো এতিয়া অসন্তুষ্ট বহু গ্ৰাহক৷ ধীৰ গতিৰ ইণ্টাৰনেটৰ বাবে আহুকালে দেখা দিছে বহু গ্ৰাহকৰ কামকাজত৷ কিন্তু ইণ্টাৰনেট স্পীড কেনেকৈ বঢ়াব?

ফোনত বহু এপ একেলগে খুলি থয় নেকি?
বহুতেই ফোন ব্যৱহাৰ কৰোতে একেলগে বহুকেইটা এপ খুলি লয়৷ এনেদৰে এপ খুলি থলে বহু ডাটা কাট খাই৷ যাৰবাবে অচিৰেই ইণ্টাৰনেট সেৱা কাট খায়৷ সেয়ে ইণ্টাৰনেটৰ স্পীড বেছিকৈ পাবলৈ হ’লে প্ৰথমে প্ৰয়োজনীয় এপটোহে খুলি ল’ব লাগে৷

এয়াৰপ্লেন মুড

যদি ইণ্টাৰনেট স্পীডে কাম নকৰে তেন্তে ফোনৰ নেটৱৰ্ক ৰি ষ্টাৰ্ট কৰিলে এই সমস্যাৰ সমাধান পাব৷ ইয়াৰ বাবে ফোনৰ চেটিংছ পেনেলত গৈ ‘এয়াৰপ্লেন মুড’ দি আকৌ অন কৰক৷ তেনেকৈ কৰিলে ইণ্টাৰনেট স্পীড বৃদ্ধি পায়৷

নেটৱৰ্ক ছেটিংছ ৰিছেট কৰিব
নেটৱৰ্ক ছেটিংছ ৰি ষ্টাৰ্ট কৰিবলৈ পোনতে ৰি ছেট অপশ্ব্যনত গৈ ক্লিক কৰিব৷ তাৰপাছতেই ৰি ছেট মোবাইল নেটৱৰ্ক অপশ্ব্যনত ক্লিক কৰিব৷ ইয়াৰ পাছতেই ফোন ৰি ষ্টাৰ্ট হৈ গ’লে ইণ্টাৰনেট স্পীড বৃদ্ধি পায়৷

নেটৱৰ্ক ছিলেকছন কৰক
নেটৱৰ্ক ছিলেকছনত গৈ আপোনাৰ ফোনত ৫ জি সেৱাত ক্লিক কৰিছেনে সেয়া পৰীক্ষা কৰক৷ নকৰিলে ছেটিংছত গৈ প্ৰথমে চাই লওক আপোনাৰ ফোনটোত ৫ জি সেৱাৰ সুবিধা আছেনে! যদি আছে তাত ক্লিক কৰি অপেন কৰক৷

ফোন ৰি-ষ্টাৰ্ট কৰক
দীৰ্ঘসময় ধৰি জৰুৰী কিবা পিডিএফ ডাউনলোড কৰাৰ চেষ্টা কৰিছে, কিন্তু ইণ্টাৰনেট স্পীড কমি যোৱাৰ বাবে এয়া সম্ভৱ হোৱা নাই তেন্তে ফোনটো এবাৰ ৰি ষ্টাৰ্ট কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট
ক্ৰীড়া

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

July 13, 2025
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল
বিবিধ

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

July 13, 2025
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক
চিনেমা

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

July 13, 2025
Next Post
মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?

মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?

যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.