• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?

3 years ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

17 minutes ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

37 minutes ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

1 hour ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

13 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

14 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

15 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?

editor by editor
July 19, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানৰ সীমা হাইদৰ আৰু গ্ৰেটাৰ নয়ডাৰ শচীন মীনাৰ প্ৰেমকাহিনীৰ গল্প এতিয়া দেশত অন্যতম চৰ্টিত বিষয় হৈ পৰাৰ সময়তেই আন এক ঘটনা। সীমাৰ দৰেই আন এগৰাকী নাৰী উত্তৰপ্ৰদেশলৈ আহিছে। সীমাৰ দৰেই জুলিও আহিছিল প্ৰেমৰ টানত। লগত ১১ বছৰীয়া কন্যা। উত্তৰপ্ৰদেশৰ মুৰাদাবাদৰ বাসিন্দা অজয়ৰ সৈতে ফোনযোগে পৰিচিত হৈ বাংলাদেশৰ পৰা পলাই আহিছিল জুলি।

ফোনযোগেই অজয়ৰ সৈতে চিনাকী। পোনতে দুয়োৰে মাজত বাৰ্তালাপ তাৰপাছত ধীৰে ধীৰে প্ৰেম। প্ৰেমৰ টানতেই বাংলাদেশৰ পৰা ১১ বছৰীয়া কন্যাক লৈ ভাৰতত উপস্থিত হয় জুলি। ভাৰতলৈ আহিয়েই অজয়ৰ বাবেই জুলিয়ে সলনি কৰে ধৰ্ম। ধৰ্ম সলনি কৰি বিবাহপাশত আৱদ্ধ হয় অজয় আৰু জুলি। কিন্তু জুলি বেছিদিন ভাৰতত নাথাকিল। বিবাহৰ কিছুদিন পাছতেই জুলিয়ে ভিছাৰ ম্যাদ শেষ হোৱা বুলি বাংলাদেশলৈ উভটি যায়। অজয়ৰ মাতৃয়ে এই সন্দৰ্ভত কয় যে, ভিছা শেষ হোৱাৰ বাবে জুলি বাংলাদেশলৈ গৈছিল। কিন্তু এবছৰ পাছতো বাংলাদেশৰ পৰা উভতি অহা নাই জুলি। জুলিৰ স্বামী অজয়ে ভাৰত-বাংলাদেশৰ সীমান্তলৈ গৈ এজেণ্টৰ মাধ্যমেৰে বাংলাদেশত সোমায়। তাত প্ৰৱেশ কৰি জুলিৰ সন্ধানত নামে যদিও জুলিক বিচাৰি নাপালে অজয়ে। ইফালে বাংলাদেশলৈ গৈ অজয়ো আৰু দেশলৈ উভতি অহা নাই। মুৰাদাবাদ আৰক্ষীৰ দ্বাৰস্ত হৈছে এতিয়া অজয়ৰ মাতৃ।

মাতৃৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে বিষয়টোক লৈ আৰম্ভ কৰিছে তদন্ত। ছাইবাৰ শাখাইয়ো মোবাইল ফোন ট্ৰেকৰ সম্পূৰ্ণ চেষ্টা চলাইছে। জুলি প্ৰকৃততে কত আছে জুলিৰো সন্ধান উলিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
Next Post
যোগদান কৰিয়েই নিলম্বন! চাকৰিৰ প্ৰথম যোগদান কৰিয়েই ঘোচ লৈ হাতেলুটে ধৰা পৰিল মিতালী শৰ্মা

‘মা বহুত জটিল পৰিস্থিতিতো সংযত হৈ থাকে!’ ৰাহুলৰ বিশেষ টুইট আৰু ছোনীয়া গান্ধীৰ অক্সিজেন মাস্ক পৰিহিত এখন ফটো, আঁৰত কি ঘটনা?

'মা বহুত জটিল পৰিস্থিতিতো সংযত হৈ থাকে!’ ৰাহুলৰ বিশেষ টুইট আৰু ছোনীয়া গান্ধীৰ অক্সিজেন মাস্ক পৰিহিত এখন ফটো, আঁৰত কি ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন