এয়া ক্ষমা খোজাৰ বতৰ। ৫ বছৰে কাম কৰিব নোৱৰা জনপ্ৰতিনিধিয়ে হাতযোৰ কৰিব পদূলিয়ে পদূলিয়ে। আৰম্ভ হৈছে ক্ষমা খোজাৰ পর্ব।