• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

3 years ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

1 hour ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

2 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

2 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

3 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

19 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

20 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

21 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

22 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

23 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

editor by editor
June 21, 2023
in জীৱনশৈলী, বাণিজ্য, শিক্ষা
0
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাম অলখ পাণ্ডে। অলখ এতিয়া প্ৰতিষ্ঠিত দেশৰ একমাত্ৰ এড টেক ইউনিকৰ্ণ ‘ফিজিক্সওৱালা’ৰ মালিক। এই বৰ্ষত তেওঁ এই ব্যৱসায়ৰ পৰা লাভ কৰিছে ৭৮০ কোটি। বিগত বৰ্ষতকৈ ৩০০ শতাংশ বেছি লাভ কৰিছে অলখে। বিগত বৰ্ষত তেওঁৰ লাভ্যাংশ আছিল ২৩৩কোটি। এই সফলতাৰ পূৰ্বে অলখৰ জীৱন সম্পূৰ্ণ পৃথক আছিল। কলেজত পঢ়ি থকাৰ সময়তো পঢ়াশুনাৰ প্ৰতি মুঠেও আগ্ৰহ নথকা এজন ছাত্ৰ আছিল অলখ। সেয়ে কলেজো আধাতে সামৰিছিল অলখে। তেওঁ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আছিল। ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষত তেওঁ পঢ়া সমাপ্ত কৰে।

পাছলৈ অলখে নিজা চহৰ এলাহবাদৰ এটা কছিং চেণ্টাৰত কাম কৰিবলৈ আৰম্ভ কৰে। কছিং চেণ্টাৰত কাম আৰম্ভ কৰাৰ সময়ত তেওঁৰ দৰমহা আছিল ৫হাজাৰ টকা। শিক্ষক হিচাপে যাত্ৰা আৰম্ভ কৰাৰ পাছত তেওঁ ছাত্ৰৰ বিভিন্ন সমস্যাৰ সৈতে পৰিচিত হয়। তেওঁ পোনতে পঢ়াশুনা অতিকৈ বেয়া পাইছিল যদিও পাছলৈ শিক্ষাৰ ক্ষেত্ৰতেই তেওঁ জড়িত হৈ পৰিল। অলখৰ চকুৰ সন্মুখত ধৰা দিলে নতুন দিগন্তই। ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ অভিজ্ঞতাৰ পৰা তেওঁ বুজি উঠিল যে শিক্ষক এজন কঠোৰ হোৱাৰ লগতে ছাত্ৰৰ এজন ভাল বন্ধুও হ’ব লাগিব।

ইঞ্জিনীয়াৰিঙত ড্ৰপআউট , প্ৰাক্তন শিক্ষক অলখে ভৰি দিলে ইউটিউবৰ পৃথিৱীত। ভৰি দিয়েই জনপ্ৰিয় হৈ পৰিল ইউটিউবৰ পৃথিৱীত। ২০১৪ চনত আৰম্ভ কৰা ইউটিউব চেনেলত এতিয়া তেওঁৰ মিলিয়ন ফলৱাৰ্ছ। অলখৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পালে যে তেওঁ আকৌ এটা সংস্থাৰ চাকৰি লাভ কৰিলে। বাৰ্ষিক ৪০ কোটিৰ পেকেজ সংস্থাটোৱে অলখক দিলে। কিন্তু সেই অফাৰ অলখে গ্ৰহণ নকৰি নিজাকৈ আৰম্ভ কৰিলে ‘ফিজিক্সওৱালা’ নামৰ এটা সংস্থা। সমান্তৰালকৈ আগবাঢ়িল ইউটিউবৰ জগততো। ২০১৭চনত তেওঁৰ ফ’লৱাৰ্ছৰ সংখ্যা আছিল ৪০০০। ২০১৯ চনত সেই সংখ্যা বৃদ্ধি পায় হয়গৈ ২.২ মিলিয়ন। ২০২০ চনত তেওঁ ইউটিবৰ ওপৰিও স্থায়ী ঠিকনাৰে আৰম্ভ কৰিলে ‘ফিজিক্সওৱালা’ নামৰ সংস্থাটো। এই সংস্থা আৰু ইউটিউব দুটাতেই সমান্তৰালভাৱে আগুৱাই অলখ এতিয়া ৪০০০কোটিৰ মালিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
Next Post
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.