কৃষিমন্ত্ৰীৰ সমষ্টিতেই লাওলোৱা অৱস্থা কৃষকৰ। শীতল গৃহ নিৰ্মাণ নৌহওঁতেই ৩ কৰ্মচাৰীৰ অৱসৰ। এফালে বজাৰত মূল্যবৃদ্ধি, আনফালে উপযুক্ত ব্যৱস্থা নোপোৱাত গেলিছে-পচিছে কৃষি উৎপাদন সামগ্ৰী ।