অসম লাইভ ২৪ঃ আপোনাৰ ওঁঠযুৰি ক’লা পৰিছে বা ফাটিছে যদি তলত দিয়া উপায়সমূহ অৱলম্বন কৰি ইয়াৰ পৰা ৰক্ষা পৰিব পাৰে।
১) এফাল নেমুৰ ৰসৰ লগত আধা চামুচ চেনি মিহলাই লওক। এই মিশ্ৰণ কপাহত লগাই ওঁঠযুৰি মচি দিয়ক।
২) বিটৰ ৰস আৰু এচামুচ Gertin পাউডাৰ মিহলাই অকণমান গৰম কৰি ওঁঠত লগাওক। ওঁঠযুৰি শুকুৱাৰ পাছত Pillow of কৰি ল’ব। লাহে লাহে আপোনাৰ ওঁঠৰ বৰণ গুলপীয়া হৈ উঠিব।
৩) বিটৰ ৰসৰ লগত ভেছলিন মিহলাই Lip baam তৈয়াৰ কৰি লওক। নিশা শোৱাৰ আগতে ওঁঠত লগাব। আপোনাৰ ওঁঠযুৰি আকৰ্ষণীয় হৈ উঠিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ