অসম লাইভ২৪ঃ
গুৱাহাটীৰ বৰ্ষাপাৰাত বিশ্বকাপৰ মেচ হোৱাৰ সম্ভাৱনা
৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ মেচ
বিশ্বকাপ আয়োজনৰ বাবে ১২ খন চহৰৰ নাম ঘোষণা
১২ খন চহৰৰ ভিতৰত তালিকাত নাম আছে গুৱাহাটীৰ বৰ্ষাপাৰা
তালিকাত নাম আছে চেন্নাই, ধৰমশালা, লক্ষ্নৌ, ইণ্ডোৰ, ৰাজকোট
১৯ নৱেম্বৰত আহমেদাবাদত ফাইনেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
বৰ্তমানেও BCCIয়ে সদৰী কৰা নাই এই তথ্য
ESPN CRICINFOয়ে সদৰী কৰিছে এই তথ্য
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ