অসম লাইভ ২৪ঃ ঘৰতে আপুনি পদিনা পাত ভালকৈ পিহি তাৰ ৰসখিনি প্ৰথমে আপুনি চকুৰ ক’লা পৰা ঠাইত লগাই লওক। তাৰ পাছত ৰৈ যোৱা সাহখিনিৰ লগত তিয়ঁহৰ ৰস আৰু ডেৰ চামুচ হালধি মিহলাই dark circlesত লগাওক। দ্বিতীয়তে এটা তিয়ঁহ কাটি পাতল পাতলৈ লওক। ৰৈ যোৱা পদিনা পাতৰ লগত আলু পিহি আলমণ্ড অইল অকণ মিহলাই তাত পাতল পাতল তিয়ঁহখিনি বুৰাই দিয়ক। তাৰ পাছত ফ্ৰীজত ৫-৬ ঘণ্টা থৈ আপুনি চকুৰ ক’লা পৰা ঠাইখিনিত লগাওক। দেখিব আপোনাৰ dark circles কমি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ