কাম সম্পূৰ্ণ নোহোৱাকৈয়ে ২৬৮.৭৬ কোটিটকীয়া আঁচনিৰ ৮০ শতাংশ ধনেই মোকলাই নিলে ঠিকাদাৰে। চন্দ্ৰপুৰ-তাঁতীমাৰাৰ অভিলাষী পানী যোগান আঁচনি ধোঁৱাচাঙত। ১৭২খন গাঁৱে এতিয়াও লাভ কৰা নাই এটুপি খোৱাপানী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ